গুৱাহাটী, ৯ ফেব্ৰুৱাৰী : গুৱাহাটী ৰে'ল ষ্টেচনক আধুনিকীকৰণৰ কৰাৰ বাবে পূৰ্ণ গতিত অব্যাহত আছে প্ৰচেষ্টা। ৰে'ল ষ্টেচনত ন-ন ব্যৱস্থাৰ সংযোগৰ বাবে কাম অব্যাহত ৰাখিছে প্ৰশাসনে।
ন-সাজেৰে সাজি উঠিব গুৱাহাটী ৰে'ল ষ্টেচন - ইটিভি অসম
অচিৰেই সম্পূৰ্ণ হ'ব ৰে'ল ষ্টেচনৰ আধুনিকীৰণৰ কাম
etv bharat
গুৱাহাটী, ৯ ফেব্ৰুৱাৰী : গুৱাহাটী ৰে'ল ষ্টেচনক আধুনিকীকৰণৰ কৰাৰ বাবে পূৰ্ণ গতিত অব্যাহত আছে প্ৰচেষ্টা। ৰে'ল ষ্টেচনত ন-ন ব্যৱস্থাৰ সংযোগৰ বাবে কাম অব্যাহত ৰাখিছে প্ৰশাসনে।
Intro:গুৱাহাটী ৰেল ষ্টেচনক অত্যাধুনিক ৰেল ষ্টেচনৰ ৰূপ দিয়া কাম তীব্ৰ গতিত।
Body:তীব্ৰ গতিত চলি আছে গুৱাহাটী ৰেল ষ্টেচনক অত্যধুনিক ৰেল ষ্টেচনলৈ ৰূপ দিয়াৰ কাম। অতিশিগগ্ৰে দেখা পাব
গুৱাহাটী ৰেল ষ্টেচন নতুন ৰূপত। প্লেটৰফাৰ্ম,খাটখটি,জিৰণী চৰা, খোৱা পানী ,পাৰ্কিং ব্যৱস্থা নতুন ৰূপত দেখা পাব ৰেল যাত্ৰী। গুৱাহাটী ৰেলৱে ষ্টেচনলৈ অহা যাত্ৰীসকল এতীয়া কষ্ট কৰি উঠিব নালাগিব খাটখটি। খাটখটি পৰিবৰ্তে লগোৱা হৈছে অত্যধুনিক Escalator । তিনি মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব গুৱাহাটী ৰেল ষ্টেচনৰ অত্যধুনিক কাম কাজ। তিনি মাহৰ পিছত দেশৰ ভিতৰত অত্যধুনিক ৰেল ষ্টেচনৰ ৰূপত দেখিবলৈ পাব গুৱাহাটী ৰেল ষ্টেচন।উত্তৰ পূৰ্বৰ লগতে দেশৰ বিভিন্ন ৰাজ্যেৰ পৰা অহা ৰেল যাত্ৰীৰ সা-সুবিধা বাবে অত্যধুনিক ব্যৱস্থা কৰা হব এই ৰেল ষ্টেচনক।
Byte 1
Conclusion:Asrar Ansari গুৱাহাটী