ETV Bharat / state

পাণ্ডু ৰেষ্টকেম্প কালীবাৰীত সমাগত দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি - হিৰুল হকৰ এক বিশেষ প্ৰতিবেদন ৷

মহানগৰীত দূৰ্গা পূজাৰ প্ৰস্তুতিৰ ওপৰত ঐতিহ্যমণ্ডিত পাণ্ডু ৰেষ্টকেম্প কালীবাৰী সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপৰ পৰা আমাৰ সাংবাদিক হিৰুল হকৰ এক বিশেষ প্ৰতিবেদন ৷

পাণ্ডু ৰেষ্টকেম্প কালীবাৰীত সমাগত দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি
author img

By

Published : Sep 28, 2019, 9:25 PM IST

গুৱাহাটী, 28 ছেপ্টেম্বৰ : শৰত মানেই শাৰদীয় দুৰ্গোৎসৱ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো চলিছে মা দুৰ্গাক আদৰাৰ ব্যাপক প্ৰস্তুতি । মহানগৰীৰ পূজা কমিটিসমূহৰ মাজত এতিয়া প্ৰতিযোগিতা সদৃশ পৰিৱেশ বিৰাজমান ৷ আনতকৈ আকৰ্ষণীয় পূজা মণ্ডপৰে চমক সৃষ্টি কৰাৰ লক্ষ্য পূজা কমিটিসমূহৰ । এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই ঐতিহ্যমণ্ডিত পাণ্ডু ৰেষ্টকেম্প কালীবাৰী সাৰ্বজনীন দুৰ্গা পূজা কমিটি। এইবাৰ দিল্লীৰ অক্ষৰধাম মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে বৃহৎ পূজা মণ্ডপ। ইতিমধ্যেই প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে পূজাৰ। এইবাৰৰ বাজেট ২৭ লাখ টকা নিৰ্ধাৰণ কৰিছে ৰেষ্টকেম্প কালীবাৰী পূজা কমিটীয়ে। ইফালে নিৰাপত্তাৰ বাবে ৩৩ টা চিচি টিভি কেমেৰা আৰু নিজাববীয়াকৈ স্বেচ্ছাসেৱক নিয়োগ কৰিব পূজা কমিটিয়ে ।

পাণ্ডু ৰেষ্টকেম্প কালীবাৰীত সমাগত দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি
আনহাতে এইবাৰ স্বচ্ছতাক মূল আলম হিচাপে লৈ পূজা আয়োজন কৰিছে পাণ্ডু ৰেষ্টকেম্প কালীবাৰী সাৰ্বজনীন দুৰ্গা পূজা কমিটিয়ে। পূজা-অৰ্চনাৰ সমান্তৰালকৈ সাংস্কৃতিক অনুষ্ঠান আৰু বিশেষ মেলাৰো ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে । লগতে প্ৰতিবছৰৰ দৰেই এইবাৰো জাক জমকতাত কোনো ক্ৰটি এৰা নাই পাণ্ডু ৰেষ্টকেম্প কালীবাৰী সাৰ্বজনীন দুৰ্গা পূজা কমিটিয়ে ৷

Intro:সমাগত শাৰদীয় দুৰ্গোৎসৱ।

সাজু হৈ উঠিছে ঐতিহ্যমণ্ডিত পাণ্ডু ৰেষ্টকেম্প কালীবাৰী পূজা মণ্ডপ।

এইবাৰো ব্যতিক্ৰমী ধৰণে হ'ব পূজা।

স্বচ্ছতাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি পূজাৰ আয়োজন।

Body:মালিগাঁৱৰ পৰা সাংবাদিক হিৰুল হকৰ এক প্ৰতিবেদন।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.