গুৱাহাটী, 15 আগষ্টঃ বৃহস্পতিবাৰে বিয়লি অহা বৰষুণৰ ফলত বুৰ গ'ল গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল ৷ মহানগৰীৰৰ জি এছ ৰোড , অনিল নগৰ , কাহিলিপাৰা, ডাউন টাউন, সুন্দৰপুৰ , জুৰোড , চান্দমাৰী , বি বৰুৱা ৰোড , টোকোবাৰী , নবীন নগৰকে আদি বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কবলত পৰি জলমগ্ন হৈ পৰাত বিভিন্ন সমস্যাৰ সম্মুখীন হ'বলগীয়া হয় মহানগৰবাসী ৷ উল্লেখযোগ্য যে, প্ৰত্যেক বছৰে এজাক বৰষুণতে এনেদৰে গুৱাহাটীৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হৈ আহিছে যদিও ইয়াৰ স্থায়ী সমাধানৰ পথ বৰ্তমানলৈকে উলিয়াবলৈ সক্ষম হোৱা নাই ৷
এজাক বৰষুণতে বুৰিল গুৱাহাটী মহানগৰ - কৃত্ৰিম বান গুৱাহাটী
বৃহস্পতিবাৰে বিয়লি অহা বৰষুণৰ ফলত বুৰ গ'ল গুৱাহাটী মহানগৰীৰ জি এছ ৰোড , অনিল নগৰ , কাহিলিপাৰা, ডাউন টাউন, সুন্দৰপুৰ , জুৰোড , চান্দমাৰী , বি বৰুৱা ৰোড , টোকোবাৰী , নবীন নগৰকে আদি কৰি বিভিন্ন অঞ্চল
গুৱাহাটী, 15 আগষ্টঃ বৃহস্পতিবাৰে বিয়লি অহা বৰষুণৰ ফলত বুৰ গ'ল গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল ৷ মহানগৰীৰৰ জি এছ ৰোড , অনিল নগৰ , কাহিলিপাৰা, ডাউন টাউন, সুন্দৰপুৰ , জুৰোড , চান্দমাৰী , বি বৰুৱা ৰোড , টোকোবাৰী , নবীন নগৰকে আদি বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কবলত পৰি জলমগ্ন হৈ পৰাত বিভিন্ন সমস্যাৰ সম্মুখীন হ'বলগীয়া হয় মহানগৰবাসী ৷ উল্লেখযোগ্য যে, প্ৰত্যেক বছৰে এজাক বৰষুণতে এনেদৰে গুৱাহাটীৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হৈ আহিছে যদিও ইয়াৰ স্থায়ী সমাধানৰ পথ বৰ্তমানলৈকে উলিয়াবলৈ সক্ষম হোৱা নাই ৷
Body:আজি সন্ধিয়া অহা এজাক বৰষুণতে বুৰ গ'ল গুৱাহাটী মহানগৰ । বৃহস্পতিবাৰে আবেলি ভাগত হোৱা এজাক বৰষুণৰ ফলত বুৰ গ'ল গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল । জিএছ ৰোড , অনিল নগৰ , কাহিলিপাৰা, ডাউন টাউন, সুন্দৰপুৰ , জু ৰোড , চান্দমাৰী , বি.বৰুৱা ৰোড , টোকোবাৰী , নবীন নগৰকে আদি কৰি মহানগৰীৰ বিভিন্ন অঞ্চল বুৰ গ'ল কৃত্ৰিম বানপানীত । এজাক বৰষুণৰ ফলত হোৱা কৃত্ৰিম বানপানীৰ বাবে বিভিন্ন সমস্যাৰ সম্মুখীন হ'বলগীয়া হয় মহানগৰ বাসী ।Conclusion:Asrar Ansari
Guwahati