ETV Bharat / state

হাতীগাঁও আৰক্ষীৰ জালত তিনি গভাইত বাইক চোৰ

author img

By

Published : Aug 8, 2019, 5:07 PM IST

মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ জালত তিনি গভাইত বাইক চোৰ ৷ ধৃত চোৰকেইটা ক্ৰমে,গৰৈমাৰী নিবাসী পিলোঁ বসুমতাৰী , নিজাম বসুমতাৰী আৰু জয়ন্ত খাখলাৰী

আৰক্ষীৰ জালত তিনি গভাইত বাইক চোৰ

গুৱাহাটী,8 আগষ্টঃ

  • মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ জালত তিনি গভাইত বাইক চোৰ
  • দীৰ্ঘদিনৰ পৰা মহানগৰীৰ আন আন অঞ্চলৰ লগতে হাতীগাঁও অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ধৃত চোৰকেইটাই
  • চোৰকেইটা ক্ৰমে,গৰৈমাৰী নিবাসী পিলোঁ বসুমতাৰী , নিজাম বসুমতাৰী আৰু জয়ন্ত খাখলাৰী
  • উল্লেখ্য যে,মঙলবাৰে হাতীগাঁও নাহৰণি পথৰ পৰা চোৰকেইটাই চুৰ কৰি লৈ যায় এখন ৰয়েল এনফিল্ড বাইক
  • বাইক চুৰি সন্দৰ্ভত আছিকুৰ ৰহমান নামৰ এজন লোকে এজাহাৰ দাখিল কৰে হাতীগাঁও আৰক্ষী থানাত
    হাতীগাঁও আৰক্ষীৰ জালত তিনি গভাইত বাইক চোৰ
  • এই সন্দৰ্ভত এক গোচৰ ৰুজু হৈছিল 456/19 IPC 379 ৰ অধীনত
  • বুধবাৰৰ নিশা হাতীগাঁও আৰক্ষীৰ এটা দলে গভাইত চোৰ কেইজনক লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় AS 01 DN 3101 নম্বৰৰ ৰয়েল এনফিল্ড বাইক খন

Intro:Beltola Bike Thife Arest.

Anchor:- মহানগৰীৰ হাটীগাও আৰক্ষীৰ জালত তিনি গভাইত বাইক চোৰ গ্ৰেপ্তাৰ ।

দীৰ্ঘদিনৰ পৰা মহানগৰী আন আন অঞ্চলৰ লগতে হাটীগাও অঞ্চলতো সন্ত্ৰাস সৃষ্টি কৰি আহিছিল এইকেইজন চোৰে ।

গৰৈমাৰী নিবাসী পিলোঁ বসুমতাৰী , নিজাম বসুমতাৰী আৰু জয়ন্ত খাখলাৰীয়ে 6/07/2019 তাৰিখে হাটীগাও নাহৰণি পথৰ পৰা এখন ৰয়েল এনফিল্ড বাইক চুৰি কৰি লৈ যায় ।

Body:বাইক চুৰি সন্দৰ্ভত আছিকুৰ ৰহমান নামৰ এগৰাকী লোকে হাটীগাও আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ।

456/19 IPC 379 ৰ অধীনত ৰুজু হয় এক গোচৰ ।

আছিকুৰৰ এজাহাৰৰ ভিত্তিত যোৱা নিশা হাটীগাও আৰক্ষীৰ এটা দলে গৰৈমাৰি অঞ্চলত অভিযান চলাই গ্ৰেপ্তাৰ কৰে বাইক চুৰি চক্ৰৰ লগত জড়িত গভাইত চোৰ কেইজনক লগতে AS 01 DN 3101 ৰয়েল এনফিল্ড বাইক খনো উদ্ধাৰ কৰিবলৈ সৈক্ষম হয় ।

Conclusion:সম্প্ৰতি হাটীগাও আৰক্ষী থানাত পিলোঁ বসুমতাৰী , নিজাম বসুমতাৰী আৰু জয়ন্ত খাখলাৰী গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে তদন্ত ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.