ETV Bharat / state

কৰ'ণা ভাইৰাছক লৈ সজাগতা গুৱাহাটী ষ্টেচনত - গুৱাহাটী ৰেল ষ্টেচন

ক'ৰণা ভাইৰাছ বাবে সকলোকে সজাগ কৰিবৰ বাবে ৰেল ষ্টেচনত এতিয়া এনেদৰে সজাগতা শিবিৰ। সকলো লোকক বাৰে বাৰে হাত ধুৱা, দূৰৈৰ পৰা কথা পতাৰ লগতে মুখত মাস্ক ব্যৱহাৰ কৰিবৰ বাবে সজাগ কৰিছে সকলোকে। লগতে ৰেল ষ্টেচনত কোনো ব্যক্তিৰ চৰ্দি কাঁহ অথবা জ্বৰ হোৱা পৰিলক্ষিত হলেই লগে লগে ব্যক্তিৰ নাম ঠিকনা লগতে ফোন নম্বৰ সকলো লিখি থোৱাৰ লগতে লগে লগে চিকিৎসাৰ বাবে লৈ যোৱা হয় ৰোগীক।

কৰ'ণা ভাইৰাছক লৈ সজাগতা গুৱাহাটী ষ্টেচনত

author img

By

Published : Mar 14, 2020, 12:32 PM IST

Updated : Mar 14, 2020, 12:54 PM IST

গুৱাহাটী, 14 মাৰ্চঃ কৰ'ণা ভাইৰাছৰ আতংকই এতিয়া সকলোকে শংকিত কৰিছে। ভাৰতত দুজন কৈ লোকৰ মৃত্যুৰ পিছতে এতিয়া সকলো মহলত সজাগ হৈ পৰিছে লোক। গুৱাহাটী ৰেল ষ্টেচনত ক'ৰণা ভাইৰাছৰ বাবে সজাগ ৰেল কৰ্তৃপক্ষ। সজাগতাৰ বাবে পোষ্টাৰ লগতে হেণ্ড ৱাচ ব্যৱহাৰ কৰিবলৈ যাত্ৰীসকলক অনুৰোধ কৰিছে ৰেল কৰ্তৃপক্ষই । লগতে সকলো যাত্ৰীক এতিয়া মাস্ক ব্যৱহাৰ কৰাৰ বাবে সজাগ কৰিছে এনেদৰে তেওঁলোকে।

GUWAHARI RAIL STATION AWARENESS PROGRAMME ON CORONA VIRUS
কৰ'ণা ভাইৰাছক লৈ সজাগতা গুৱাহাটী ষ্টেচনত
ক'ৰণা ভাইৰাছ বাবে সকলোকে সজাগ কৰিবৰ বাবে ৰেল ষ্টেচনত এতিয়া এনেদৰে সজাগতা শিবিৰ। সকলো লোকক বাৰে বাৰে হাত ধুৱা,দূৰৈৰ পৰা কথা পতাৰ লগতে মুখত মাস্ক ব্যৱহাৰ কৰিবৰ বাবে সজাগ কৰিছে সকলোকে। লগতে ৰেল ষ্টেচনত কোনো ব্যক্তিৰ চৰ্দি কাঁহ অথবা জ্বৰ হোৱা পৰিলক্ষিত হ'লেই লগে লগে ব্যক্তিৰ নাম ঠিকনা লগতে ফোন নম্বৰ সকলো লিখি থোৱাৰ লগতে লগে লগে চিকিৎসাৰ বাবে লৈ যোৱা হয় ৰোগীক।

কৰ'ণা ভাইৰাছৰ বাবে গুৱাহাটী ৰেল ষ্টেচনত যাত্ৰী সকলে মাস্ক ব্যৱহাৰ কৰাৰ লগতে এতিয়া এনেদৰে পালন কৰিছে কৰ'ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱা সকলো উপায়।

লগতে চাওকঃ

আমগুৰিত দলং নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ

Last Updated : Mar 14, 2020, 12:54 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.