- জি পি সিং বৰ্তমান নিয়াৰ এডিজিপি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল
- জি পি সিঙক অসমলৈ অনা হৈছে প্ৰতিবাদকাৰীক নাকী লগাবলৈ
- অসমৰ আইন শৃংখলাৰ পৰিস্থিতিৰ দায়িত্বত থাকিব জ্ঞানেন্দ্ৰ প্ৰতাপ সিং
- গুপ্তহত্যাৰ অসমত জি পি সিং অসমত আছিল
- অসমৰ পৰিস্থিতি চম্ভালিবলৈ জিপি সিঙক এই দায়িত্ব দিয়াৰ সিদ্ধান্ত কেন্দ্ৰ চৰকাৰৰ
- পুনৰ ভয়ানক পৰিৱেশৰ আশংকা অসমত
- গুৱাহাটীৰ পৰিস্থিতি চম্ভালিবলৈ দায়িত্ব দিয়া হৈছে আই পি এছ বিষয়া আনন্দ প্ৰকাশ তিৱাৰী