ETV Bharat / state

গোশালাত ডকাইতি কাণ্ডঃ মহিলাৰ হাতৰ পৰা কাঢ়ি নিলে 50 হাজাৰ টকা - গুৱাহাটী মালিগাঁও ডকাইতি কাণ্ড

নগদ 50 হাজাৰ টকাসহ মহিলাৰ পৰা কাঢ়ি নিলে বেগ ৷ তিনিদিনৰ ব্যৱধানত একে স্থানতে সংঘটিত হ'ল দুটা অনুৰূপ ঘটনা ৷

গোশালাত ডকাইতি কাণ্ড
author img

By

Published : Oct 23, 2019, 3:23 PM IST

গুৱাহাটী, 23 অক্টোবৰঃ তিনিদিনৰ ব্যৱধানত দ্বিতীয়টো ধন লুটৰ ঘটনা মহানগৰীৰ মালিগাঁৱত ৷ মালিগাঁৱৰ গোশালাত সংঘটিত হ'ল ডকাইটি কাণ্ড ৷ বাইকত অহা দুই দুৰ্বৃত্তই এগৰাকী মহিলাৰ পৰা কাঢ়ি লৈ গ'ল টকাৰ বেগ ৷

ঘটনা অনসৰি গোটানগৰৰ শ্ৰীপৰ্ণা নামৰ মহিলাগৰাকীয়ে এ টি এমৰ পৰা টকা উলিয়াই শাক-পাচলি ক্ৰয় কৰিবলৈ ৰিক্সাৰ পৰা নামিছিল ৷ পাচলি ক্ৰয় কৰি টকা দিবলৈ লওতেই বাইকত অহা দুই দুৰ্বৃত্তই মহিলাগৰাকীৰ পৰা টকাৰ বেগটো থপিয়াই লৈ যায় ৷ বেগটোত 50 হাজাৰ নগদ ধনসহ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ আছিল বুলি জানিবলৈ দিছে মহিলাগৰাকীয়ে ৷

গোশালাত ডকাইতি কাণ্ড

উল্লেখ্য যে, মহানগীৰৰ উক্ত স্থানত প্ৰায়েই সংঘটিত হৈ আহিছে এনেধৰণৰ অপৰাধজনিত ঘটনা ৷ দুদিন পূৰ্ৱেও উক্ত স্থানতেই সংঘটিত হৈছিল অনুৰূপ ঘটনা ৷ কিন্তু ইমানৰ পাছতো উক্ত স্থানত অপৰাধ নিয়ন্ত্ৰণৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰা নাই আৰক্ষীয়ে ৷

Intro:মহানগৰীৰ মালিগাঁও গোশালাত চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ঘটনা। বাইকত অহা দুই দুবৃত্তই কাঢ়ি লৈ গৈ এগৰাকী মহিলাৰ টকাৰ বেগ। গোটানগৰৰ শ্ৰীপৰ্ণা নামৰ মহিলাৰ পৰা লৈ যায় বেগটো। প্ৰায় ৫০ হাজাৰ টকাসহ বহু মূল্যৱান নথি-পত্ৰ আছিল বেগটোত। ইফালে অপৰাধৰ ৰম্যভূমিলৈ পৰিনত হৈছে মালিগাঁও। কিন্তু ইমানৰ পিছতো গভীৰ নিন্দাত আৰক্ষী। যোৱা দুদিন পূৰ্বেও একেখিনি স্থানৰ পৰায়ে এনেধৰণৰ চুৰিকাণ্ড সংঘটিত হৈছিল। যাৰ বাবে আৰক্ষীৰ ওপৰত ক্ষোভ স্থানীয় ৰাইজৰ। চুৰি-ডকাইতি ঘটনা গোশালা অঞ্চলত বৃদ্ধি পাই আছে যদিও কানসাৰ নাই গোশালা আৰক্ষীৰ।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.