গুৱাহাটী,20 এপ্ৰিলঃ গুৱাহাটী পৌৰ নিগম আৰু পশুপালন বিভাগৰ অভিযান সোমবাৰে ৷ মহানগৰীৰ ৰাজধানী মছজিদত অভিযান চলায় পৌৰ নিগম আৰু পশুপালন বিভাগে ৷ চেমচাংৰ এখন ডিলাৰত অনুমতিবিহীন ভাৱে বিক্ৰী কৰি আহিছিল মাছ আৰু মাংস ৷ উল্লেখ্য যে,কেৱল শাক-পাচলি বিক্ৰীৰ অনুমতি আছিল দোকানখন ৷ উক্ত অভিযানত দোকানখনৰ পৰা জব্দ কৰা হয় ৭১ কাৰ্টন কণী ৷ ইতিমধ্যে প্ৰশাসনে চীল কৰিছে দোকানখন ৷
মহানগৰীত জি এম চি আৰু পশুপালন বিভাগৰ অভিযান
মহানগৰীৰ ৰাজধানী মছজিদত অভিযান চলায় গুৱাহাটী পৌৰ নিগম আৰু পশুপালন বিভাগে ৷ চেমচাং ৰ এখন ডিলাৰত অনুমতিবিহীন ভাৱে বিক্ৰী কৰি আহিছিল মাছ আৰু মাংস ৷