ETV Bharat / state

স্মাৰ্ট মহানগৰ আৰক্ষীৰ নিকৃষ্ট কাণ্ড !

author img

By

Published : Apr 7, 2019, 12:13 PM IST

গৌশালা আৰক্ষীয়ে এজাহাৰ দাখিল কৰিবলৈ অহা অসহায় বৃদ্ধাক মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ এগৰাকী বৃদ্ধাৰ ৷

স্মাৰ্ট মহানগৰ আৰক্ষীৰ নিকৃষ্ট কাণ্ড !

গুৱাহাটী, 7 এপ্ৰিল : গৌশালা আৰক্ষীৰ দায়িত্বজ্ঞানহীন কাণ্ড ! সাধাৰণ লোকৰ সৈতে অসম আৰক্ষীৰ কথা পাতিবলৈ সময় নোহোৱাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে ৷ গৌশালা আৰক্ষীয়ে এজাহাৰ দাখিল কৰিবলৈ অহা অসহায় বৃদ্ধাক মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ এগৰাকী বৃদ্ধাৰ ৷

স্মাৰ্ট মহানগৰ আৰক্ষীৰ নিকৃষ্ট কাণ্ড !

বিগত মাহৰ 15 তাৰিখে অনুপমা তালুকদাৰ নামৰ এগৰাকী বৃদ্ধাই গৌশালা আৰক্ষী চকীলৈ এজাহাৰ দাখিল কৰিবলৈ আহিছিল ৷ বৃদ্ধা গৰাকীৰ অভিযোগ অনুসৰি মহানগৰীৰ তেতেলীয়াত জীয়ৰীৰ শহুৰৰ পৰিয়ালে মাৰধৰ কৰিছিল বৃদ্ধাগৰাকীক ৷ সেই সংক্ৰান্তত অসহায় বৃদ্ধাগৰাকীয়ে সহায় বিচাৰি আৰক্ষীৰ কাষ চাপিছিল ৷ কিন্তু বৃদ্ধাগৰাকীৰ অভিযোগ অনুসৰি তেখেতৰ লগত কথা পাতিবলৈ সময় নহ'ল গৌশালা আৰক্ষী চকীৰ আৰক্ষী বিষয়া অজিত মালীৰ । বৰঞ্চ বৃদ্ধাগৰাকীক আৰক্ষী বিষয়াগৰাকীয়ে দুঃব্যৱহাৰ কৰে বুলি অভিযোগ উত্থাপন কৰে বৃদ্ধা গৰাকীয়ে ৷ সেয়ে উপায়ন্তৰ হৈ অৱশেষত বৃদ্ধাগৰাকীয়ে নিজাববীয়াকৈ চিকিৎসা কৰি নলবাৰী আদালতৰ কাষ চাপে ৷ কেৱল ইমানেই নহয় অভিযোগ অনুসৰি এইগৰাকী অজিত মালী গৌশালা আৰক্ষী চকীৰ হৰ্তাকৰ্তা বিধাতা ৷ নিজৰ পছন্দ নহ'লে এইজনা আৰক্ষী বিষয়াই কোনো এজাহাৰকাৰীৰ ফালে ঘূৰি নোচোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ তাৰোপৰি শীৰ্ষ আৰক্ষীৰ লগত মিতিৰালি কৰি কেইবা বছৰো একেখন থানাতে কাৰ্যনিৰ্বাহক কৰি থকাৰো অভিযোগ আছে এই গৰাকী আৰক্ষীৰ বিষয়াৰ বিৰুদ্ধে । এতিয়া প্ৰশ্ন হয় আৰক্ষীয়ে যদি এনেধৰণৰ ব্যৱহাৰ কৰে তেন্তে কাৰ ওচৰলৈ ন্যায় বিচাৰি যাব সাধাৰণ জনতা ৷ জনহিত জনসেৱাৰ্থৰ মানসেৰে অনাগত দিনত এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে উৰ্ধতম কৰ্তৃপক্ষই ৷

Intro:স্মাৰ্ট মহানগৰ আৰক্ষীৰ দায়িত্বজ্ঞানহীন কাণ্ড। সাধাৰণ লোকৰ সৈতে কথা পাতিবলৈ সময় নাই অসম আৰক্ষীৰ। এজাহাৰ দাখিল কৰিব অহা অসহায় বৃদ্ধাক মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ গৌশালা আৰক্ষীৰ বিৰুদ্ধে। যোৱা মাহৰ ১৫তাৰিখে অনুপমা তালুকদাৰ নামৰ এই গৰাকী বৃদ্ধা এজাহাৰ দাখিল কৰিবলৈ আহিছিল গৌশালা আৰক্ষী চকীলৈ। মহানগৰীৰ তেতেলীয়াত জীয়ৰীৰ শহুৰৰ পৰিয়ালে বৰবেয়াকৈ মাৰধৰ কৰিছিল বৃদ্ধাগৰাকী। সেই সংক্ৰান্ততে সহায় বিচাৰি আৰক্ষীৰ কাষ চাপিছিল অসহায় বৃদ্ধাগৰাকী। কিন্তু বৃদ্ধাগৰাকীৰ লগত কথা পাতিবলৈ সময়ে নহ'ল গৌশালা আৰক্ষী চকীৰ আৰক্ষী বিষয়া অজিত মালীৰ। ওলোটাই বৃদ্ধাগৰাকীকহে দুঃব্যৱহাৰ কৰে আৰক্ষী বিষয়াগৰাকীয়ে। যাৰ বাবে উপায়ন্তৰ হৈ বৃদ্ধাগৰাকীয়ে নিজাববীয়াকৈ চিকিৎসা কৰি কাষ চাপে নলবাৰী আদালতৰ। ইফালে গোচৰ সংক্ৰান্তত গুৱাহাটীলৈ আহি বৃদ্ধাগৰাকী সংবাদ মাধ্যমৰ আগত আৰক্ষী বিষয়া অজিত মালীৰ সকলো কথা বিবৰি কয়। ইফালে কেৱল এইটোৱে নহয়।

Body:অভিযোগ অনুসৰি এইগৰাকী অজিত মালী গৌশালা আৰক্ষী চকীৰ হৰ্তাকৰ্তা বিধাতা। নিজৰ পছন্দ নহ'লে কোনো এজাহাৰকাৰীৰ ফালে ঘুৰিয়ে নাচায় এইজনা আৰক্ষী বিষয়াই। তাৰোপৰি শীৰ্ষ আৰক্ষীৰ লগত মিতিৰালি কৰি কেইবাবছৰো কাৰ্যনিৰ্বাহক কৰি আছে একেখন থানাতে। কিন্তু প্ৰশ্ন হয় আৰক্ষীয়ে যদি এনেধৰণৰ ব্যৱহাৰ কৰে তেন্তে ন্যায় বিচাৰি যাব সাধাৰণ জনতাই।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.