ETV Bharat / state

চীনা আক্ৰমণকাৰীক যোগ্য প্ৰত্যুত্তৰ দিবলৈ চৰকাৰক আহ্বান গৌৰৱ গগৈৰ

author img

By

Published : Jun 18, 2020, 10:57 PM IST

মহানগৰীৰ দীঘলীপুখুৰীস্থিত যুদ্ধ স্মাৰক উদ্যানত বীৰ শ্বহীদসকলৰ ত্যাগক শ্ৰদ্ধা নিবেদিলে সকলোৱে। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে সাংসদ গৌৰৱ গগৈ।

gaurav gogoi paid honor to the martyre of galwan valley

গুৱাহাটী, 18 জুন : ভাৰত-চীন সীমান্তৰ গালৱান উপত্যকাত চীনা সেনাৰ আক্রমণত শ্বহীদ হোৱা দেশৰ ২০জন বীৰ জোৱানক শ্ৰদ্ধাঞ্জলি যুৱ কংগ্ৰেছৰ। মহানগৰীৰ দীঘলীপুখুৰীস্থিত যুদ্ধ স্মাৰক উদ্যানত বীৰ শ্বহীদসকলৰ ত্যাগক শ্ৰদ্ধা নিবেদিলে সকলোৱে। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে সাংসদ গৌৰৱ গগৈ। বীৰ জোৱানসকলৰ ত্যাগ অথলে নাযায় বুলি কয় সাংসদগৰাকীয়ে। চীনা আক্ৰমণকাৰী যোগ্য প্ৰত্যুত্তৰ দিবলৈ চৰকাৰক আহ্বান জনাই সাংসদ গৌৰৱ গগৈয়ে।

চীনা আক্ৰমণকাৰীক যোগ্য প্ৰত্যুত্তৰ দিবলৈ চৰকাৰক আহ্বান গৌৰৱ গগৈৰ

উল্লেখ্য যে,ভাৰত-চীনৰ মাজত আন্তঃৰাষ্ট্ৰীয় সীমাক লৈ দীৰ্ঘদিন ধৰি মতানৈক্য চলি আহিছে আৰু প্ৰায়েই নিয়ন্ত্ৰণৰেখাত চীনা সৈন্যই অৱস্থান কৰে ৷ গালৱান ভেলীৰ ভাৰত-চীন সীমান্তত ভাৰতীয় সেনা আৰু চীনা পিপল্চ লিবাৰেশ্যন আৰ্মিৰ মাজত হোৱা সংঘাতত প্ৰাণ হেৰুৱাই এগৰাকী বিষয়াসহ 20 জন সেনা জোৱানে ৷ এই ঘটনাৰ পাচতেই ভাৰত আৰু চীনৰ মাজত যুদ্ধ হোৱাৰ এক সম্ভাৱনাই দেখা দিছিল ৷ বৰ্তমান কিছু পৰিমাণে পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈ আছে ৷ প্ৰায় 45 বছৰৰ পাচত দুয়োখন দেশৰ মাজত এনে ৰক্তাক্ত ঘটনা সংঘটিত হৈছে ৷

লগতে পঢ়ক : হোজাইত দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ গোচৰত এজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.