ETV Bharat / state

গুৱাহাটী ৰে'লৱে ষ্টেচনত গাঞ্জাসহ বহিঃ ৰাজ্যৰ যুৱক গ্ৰেপ্তাৰ - ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছ

গুৱাহাটী ৰে'লৱে ষ্টেশ্যনত বৃহৎ পৰিমাণৰ গাঞ্জাসহ বিৰাজ কিশোৰ কুমাৰ নামৰ বিহাৰৰ বৈশালিৰ যুৱক গ্ৰেপ্তাৰ

গুৱাহাটীত গাঞ্জাসহ আটক এজন
author img

By

Published : Aug 16, 2019, 12:42 PM IST

গুৱাহাটী, 16 আগষ্ট :শুকুৰবাৰে গুৱাহাটী ৰে'লৱে ষ্টেশ্যনত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন বহিঃ ৰাজ্যৰ যুৱকক ৰে'লৱে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ধৃত যুৱকজনৰ নাম বিৰাজ কিশোৰ কুমাৰ (২৬)। যুৱকজনৰ ঘৰ বিহাৰৰ বৈশালিত বুলি জানিব পৰা গৈছে। পুৱা ৭ বজাত ৰে'লৱে আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত ত্ৰিপুৰাৰ পৰা বিহাৰ অভিমুখী সুন্দৰী এক্সপ্ৰেছৰ 1 নং ডবাৰ 10 নম্বৰ আসনৰ পৰা অভিযান চলাই গাঞ্জাসহ যুৱকজনক আটক কৰে। জব্দকৃত গাঞ্জাখিনিৰ ওজন ৭ কিলোগ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ৫০ হাজাৰ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

গুৱাহাটীত গাঞ্জাসহ আটক এজন

উল্লেখ্য যে ইতিমধ্যে ঘটনা সন্দৰ্ভত NDPSৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে।

Intro:গুৱাহাটী ৰেলৱে ষ্টেচনত গাঞ্জাসহ এজন যুৱক গ্ৰেপ্তাৰ

Body:শুকুৰবাৰে পুৱা ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত গুৱাহাটী ৰেলৱে ষ্টেচনত ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছৰ অ1 নং ডবাৰ 10 নম্বৰ আসনৰ পৰা 07 কেজি ওজনৰ গাঞ্জাসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি জব্দকৃত গাঞ্জাখিনি ত্ৰিপুৰাৰ পৰা বিহাৰৰ হাজীপুৰলৈ ৰেলৰ জৰিয়তে লৈ যোৱাৰ উদ্দেশ্যেৰে আনিছিল। জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য 50 হাজাৰ টকা।

ইতিমধ্যে ঘটনা সন্দৰ্ভত NDPSৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে। গ্ৰেপ্তাৰ কৰা যুৱকজন বিহাৰৰ বৈশালী জিলাৰ বিৰাজ কিশোৰ কুমাৰ (26)।

Conclusion:প্ৰায়ে গুৱাহাটী ৰেলৱে ষ্টেচনত বিভিন্ন নিচাজাতীয় পাদাৰ্থকে ধৰি সোণৰ বিস্কুট আৰু বিভিন্ন ধৰনৰ সা-সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাৰ পাছত এটা কথা স্পষ্ট হৈ পৰিছে যে অস্ত্ৰ সৰবাৰাহকাৰীৰ লগতে ড্ৰাগছ সৰবাৰাহকৰিয়ে ৰেল পথ ব্যৱহাৰ কৰি আহিছে।

Asrar Ansari
গুৱাহাটী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.