ETV Bharat / state

গুৱাহাটী ৰে'লৱে ষ্টেচনত গাঞ্জা সহ গ্ৰেপ্তাৰ এজন যুৱক - জব্দকৃত গাঞ্জাৰ বজাৰ মূল্য

গুৱাহাটী ৰে'লৱে ষ্টেচনত গাঞ্জা সহ গ্ৰেপ্তাৰ এজন যুৱক ৷ জব্দকৃত গাঞ্জাৰ বজাৰ মূল্য 25 হাজাৰ টকা।

গুৱাহাটী ৰে'লৱে ষ্টেচনত গাঞ্জা সহ গ্ৰেপ্তাৰ এজন যুৱক
author img

By

Published : Sep 15, 2019, 7:20 PM IST

গুৱাহাটী, 15 ছেপ্টেম্বৰঃ দেওবাৰে পুৱা ৰে'ল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত গুৱাহাটী ৰে'লৱে ষ্টেচনত ৰাজধানী এক্সপ্ৰেছৰ B 8 নং ডবাৰ 43 নম্বৰ আসনৰ পৰা 5 কেজি ওজনৰ গাঞ্জাসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱকজন যোৰহাট জিলাৰ মৰিয়নিৰ ভাস্কৰ বৰুৱা (23) ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি জব্দকৃত গাঞ্জাখিনি শ্বিলঙৰ পৰা দিল্লীলৈ ৰে'লৰ জৰিয়তে লৈ যোৱাৰ উদ্দেশ্যেৰে অনা হৈছিল । জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য 25 হাজাৰ টকা। ইতিমধ্যে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Intro:গুৱাহাটী ৰেলৱে ষ্টেচনত গাঞ্জাসহ এজন যুৱক গ্ৰেপ্তাৰ

Body:ৰাবিবাৰে পুৱা ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত গুৱাহাটী ৰেলৱে ষ্টেচনত ৰাজধানী এক্সপ্ৰেছৰ B 8 নং ডবাৰ 43 নম্বৰ আসনৰ পৰা 05 কেজি ওজনৰ গাঞ্জাসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি জব্দকৃত গাঞ্জাখিনি
শিলং পৰা দিল্লীলৈ ৰেলৰ জৰিয়তে লৈ যোৱাৰ উদ্দেশ্যেৰে আনিছিল। জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য 25 হাজাৰ টকা। ইতিমধ্যে ঘটনা সন্দৰ্ভত NDPSৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে। গ্ৰেপ্তাৰ কৰা যুৱকজন যোৰহাট জিলাৰ মৰীয়ানিৰ ভাস্কৰ বৰুৱা (23)

Conclusion:প্ৰায়ে গুৱাহাটী ৰেলৱে ষ্টেচনত বিভিন্ন নিচাজাতীয় পাদাৰ্থকে ধৰি সোণৰ বিস্কুট আৰু বিভিন্ন ধৰনৰ সা-সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাৰ পাছত এটা কথা স্পষ্ট হৈ পৰিছে যে অস্ত্ৰ সৰবাৰাহকাৰীৰ লগতে ড্ৰাগছ সৰবাৰাহকৰিয়ে ৰেল পথ ব্যৱহাৰ কৰি আহিছে।

Asrar Ansari
গুৱাহাটী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.