ETV Bharat / state

পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য

শনিবাৰে প্ৰতিলিটাৰ পে'ট্ৰলৰ মূল্য ৬ পইচাকৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৮ পইচাকৈ বৃদ্ধি পাইছে ডিজেলৰ মূল্য।

author img

By

Published : Feb 23, 2019, 10:40 AM IST

etv bharat

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী : ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে পে'ট্ৰল ডিজেলৰ মূল্য। মহানগৰীত শনিবাৰে প্ৰতিলিটাৰ পে'ট্ৰলৰ মূল্য ৬ পইচাকৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৮ পইচাকৈ বৃদ্ধি পাইছে ডিজেলৰ মূল্য।

fuel price

গুৱাহাটীত আজি প্ৰতিলিটাৰ পে'ট্ৰলৰ মূল্য ৭০.৮৪ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৭.০৩ টকা।

Intro:ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে ইন্ধনৰ মূল্য। শণিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত ৬ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ৮পইচা কৈ বৃদ্ধি পালে।

Body:গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লত ৭০.৮৪ আৰু ডিজেলৰ মূল্য হৈছে ৬৭.০৩ টকা।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.