ETV Bharat / state

Districts Abolished in Assam: বিলুপ্ত হ’ল অসমৰ চাৰিখন জিলা

author img

By

Published : Dec 31, 2022, 3:04 PM IST

বিলুপ্ত হ’ল ৰাজ্যৰ চাৰিখন জিলা ৷ উক্ত জিলাকেইখন হ’ল বিশ্বনাথ, হোজাই, তামুলপুৰ আৰু বজালী (Districts Abolished in Assam)৷

Districts Abolished in Assam
বন্ধ হ’ল অসমৰ চাৰিখন জিলা
  • বিলুপ্ত হ’ল ৰাজ্যৰ চাৰিখন জিলা (Districts Abolished in Assam)
  • চাৰিওখন জিলাক অৱনমিত কৰা হ’ব মহকুমালৈ
  • জিলাকেইখন হ’ল বিশ্বনাথ, হোজাই, তামুলপুৰ আৰু বজালী (Abolished district in Assam)
  • নতুনকৈ গঠন কৰা হৈছিল জিলাকেইখন
  • মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই কথা
  • আজি দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.