গুৱাহাটী, 26 আগষ্ট: COVID-19ত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তৰুণ গগৈ ৷ এই বিষয়ে তেওঁ সকলোকে অৱগত কৰে নিজৰ টুইটাৰযোগে ৷ মঙলবাৰে নিশা স্বাব পৰীক্ষাৰ ফলাফলত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ দেহত COVID-19 ৰ অৱস্থিত ধৰা পৰে ৷
-
I have been tested Covid 19 positive yesterday. People who came in contact with me during Last few days they should go for Covid test immediately.
— Tarun Gogoi (@tarun_gogoi) August 26, 2020 " class="align-text-top noRightClick twitterSection" data="
">I have been tested Covid 19 positive yesterday. People who came in contact with me during Last few days they should go for Covid test immediately.
— Tarun Gogoi (@tarun_gogoi) August 26, 2020I have been tested Covid 19 positive yesterday. People who came in contact with me during Last few days they should go for Covid test immediately.
— Tarun Gogoi (@tarun_gogoi) August 26, 2020
৯০ বছৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী তেওঁৰ দিছপুৰস্থিত চৰকাৰী বাসগৃহতে চিকিৎসাধীন হৈ আছিল আৰু বিশেষজ্ঞ চিকিৎসকৰ দলে তেওঁৰ চিকিৎসা অব্যাহত ৰাখিছিল যদিও, সম্প্ৰতি তেওঁক প্ৰেৰণ কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ৷
লগতে পঢ়ক: ফেচবুকত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাক ভাবুকি প্ৰদান