ETV Bharat / state

মহানগৰীত দৰিদ্ৰ লোকৰ মাজত খাদ্য বিতৰণ তিনি গৰাকী ঠিকাদাৰৰ - গুৱাহাটী মহানগৰী

শনিবাৰে মহানগৰীৰ তিনি গৰাকীকৈ ঠিকাদাৰ ওলাই আহে প্ৰতিদিনে দিন হাজিৰা কৰি নিজৰ লগতে পৰিয়াল পোহপাল দিয়া লোক সকলক কিছু পৰিমাণে সকাহ প্ৰদান কৰিবলৈ ৷ তলা বন্ধৰ সময়ত দৰিদ্ৰ শ্ৰেণীৰ লোক সকলৰ মাজত তেওঁলোকে প্ৰদান কৰে খাদ্য সামগ্ৰী ৷

খাদ্য বিতৰণ তিনি গৰাকী ঠিকাদাৰৰ
খাদ্য বিতৰণ তিনি গৰাকী ঠিকাদাৰৰ
author img

By

Published : Mar 28, 2020, 8:46 PM IST

গুৱাহাটী, 28 মাৰ্চঃ প্ৰতিদিনে দিন হাজিৰা কৰি নিজৰ লগতে পৰিয়াল পোহপাল দিয়া এজন ব্যক্তিয়ে বুজি পাই গৃহবন্দীৰ প্ৰকৃত অৰ্থ ৷ এনে লোকক কিছু পৰিমাণে সকাহ প্ৰদান কৰিবলৈ শনিবাৰে ৰাজপথলৈ ওলাই আহিল মহানগৰীৰ তিনি গৰাকীকৈ ঠিকাদাৰ ৷ শনিবাৰে গুৱাহাটী মহানগৰীৰ তিনিজৰ ঠিকাদাৰে দৰিদ্ৰ-দুখীয়া লোকক বিতৰণ কৰিলে খোৱা সামগ্ৰী ৷ জিতেন্দ্ৰ শালৈ আৰু তেওঁৰ সতীৰ্থ সকলে গুৱাহাটী মহানগৰীৰ শান্তিপূৰ,মালিগাঁৱৰ লগতে বিভিন্ন অঞ্চলত তলা বন্ধৰ সময়ত দৰিদ্ৰ শ্ৰেণীৰ লোক সকলৰ মাজত বিতৰণ কৰে চাউল,দালি,নিমখৰ লগতে অন্যান্য খাদ্য সমগ্ৰী ৷

মহানগৰীত দৰিদ্ৰ লোকৰ মাজত খাদ্য বিতৰণ তিনি গৰাকী ঠিকাদাৰৰ

লগতে পঢ়কঃ COVID-19: মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ নলবাৰীৰ যুৱকৰ 5 লাখ সাহায্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.