ETV Bharat / state

কামাখ্যাত নিয়োজিত স্বেচ্ছাসেৱকক খাদ্য যোগান মন্দিৰ কৰ্তৃপক্ষৰ

যোৱা ১৯ তাৰিখৰ পৰাই প্ৰতিজন আৰক্ষী, চাফাই কৰ্মী, স্কাৱড গাইড, চিকিৎসা কৰ্মী আদি সকলো চৰকাৰী-বেচৰকাৰী স্বেচ্ছাসেৱক খাদ্য যোগান ধৰিছে কামাখ্যা দেৱালয়ে ।

কামাখ্যাত নিয়োজিত স্বেচ্ছাসেৱকক খাদ্য যোগান মন্দিৰ কৰ্তৃপক্ষৰ
author img

By

Published : Jun 25, 2019, 10:48 AM IST

Updated : Jun 25, 2019, 2:32 PM IST

গুৱাহাটী, ২৫ জুন : অম্বুবাচী মেলা উপলক্ষ্যে নীলাচলত নিয়োজিত হৈ আছে বহু চৰকাৰী-বেচৰকাৰী স্বেচ্ছাসেৱক । প্ৰতিদিনে উৎকট গৰমকো নেওচি এই স্বেচ্ছাসেৱক সকলে পৰিচালনা কৰি আহিছে মেলা ।

etv bharat assam
কামাখ্যাত নিয়োজিত স্বেচ্ছাসেৱকক খাদ্য যোগান মন্দিৰ কৰ্তৃপক্ষৰ

এই স্বেচ্ছাসেৱকসকলৰ খোৱা লোৱা দায়িত্ব গ্ৰহণ কৰিছে কামাখ্যা দেৱালয়ৰ কৰ্তৃপক্ষই । দেৱালয় কৰ্তৃপক্ষই নিজাববীয়াকৈ সকলো স্বেচ্ছাসেৱককে খাদ্য যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । যোৱা ১৯ তাৰিখৰ পৰাই প্ৰতিজন আৰক্ষী, চাফাই কৰ্মী, স্কাৱড গাইড, চিকিৎসা কৰ্মী আদি সকলো চৰকাৰী-বেচৰকাৰী স্বেচ্ছাসেৱক খাদ্য যোগান ধৰিছে কামাখ্যা দেৱালয়ে । ইয়াৰোপৰি কামাখ্যাত বাতৰি সংগ্ৰহৰ বাবে থকা সাংবাদিক সকলকো খাদ্য যোগান ধৰে দেৱালয়ে । প্ৰতিদিনে প্ৰায় ৯ হাজাৰ স্বেচ্ছাসেৱকক খাদ্য যোগান ধৰে মন্দিৰ কৰ্তৃপক্ষই । পুৱা পুৰি-তৰকাৰী, দুপৰীয়া ভাত, সন্ধিয়া চাহ, নিশা ভাত যোগান ধৰে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে । ইফালে ভক্ত তথা স্বেচ্ছাসেৱকৰ বাবে ২৪ ঘন্টাই বিশুদ্ধ খোৱাপানীৰো বিশেষ ব্যৱস্থা কৰিছে কামাখ্যা দেৱালয়ে । মুঠৰ ওপৰত অশেষ কষ্টৰে কৰ্মত নিয়োজিত প্ৰতিজনকে এনেদৰেই খোৱা লোৱাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা হাতত লৈছে দেৱালয় কৰ্তৃপক্ষই ।

Intro:অম্বুবাচী মেলা উপলক্ষ্যে নীলাচলত নিয়োজিত হৈ আছে বহু চৰকাৰী-বেচৰকাৰী স্বেচ্ছাসেৱক। প্ৰতিদিনে উৎকট গৰমকো নেওচি পৰিচালনা কৰি আছে মেলা। এই স্বেচ্ছাসেৱকসকলৰ খোৱা লোৱা দায়িত্ব গ্ৰহণ কৰিছে কামাখ্যা দেৱালয়ে। দেৱালয়ে নিজাববীয়াকৈ সকলো স্বেচ্ছাসেৱককে খাদ্য যোগান ধৰাৰ ব্যৱস্থা কৰিছে। যোৱা ১৯তাৰিখৰ পৰায়ে প্ৰতিজন আৰক্ষী, চাফাই কৰ্মী, স্কাৱড গাইড, চিকিৎসা কৰ্মী আদি সকলো চৰকাৰী-বেচৰকাৰী স্বেচ্ছাসেৱক খাদ্য যোগান ধৰিছে কামাখ্যা দেৱালয়ে। তাৰোপৰি কামাখ্যাত বাতৰি সংগ্ৰহৰ বাবে থকা সাংবাদিকসকলকো খাদ্য যোগান ধৰে দেৱালয়ে। প্ৰতিদিনে প্ৰায় ৯হাজাৰ স্বেচ্ছাসেৱকক খাদ্য যোগান ধৰে মন্দিৰ কৰ্তৃপক্ষই। পুৱা পুৰি-তৰকাৰী, দুপৰীয়া ভাত, সন্ধিয়া চাহ, নিশা ভাত যোগান ধৰে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে।

Body:ইফালে ভক্ত তথা স্বেচ্ছাসেৱকৰ বাবে ২৪ ঘন্টাই বিশুদ্ধ খোৱাপানীৰো বিশেষ ব্যৱস্থা কৰিছে কামাখ্যা দেৱালয়ে। মুঠৰ ওপৰত অশেষ কষ্টৰে কৰ্মত নিয়োজিত প্ৰতিজনকে এনেদৰেই খোৱা লোৱাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা হাতত লৈছে দেৱালয়ে।

Conclusion:HIRUL HAQUE I GUWAHATI
Last Updated : Jun 25, 2019, 2:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.