ETV Bharat / state

প্ৰতীক হাজেলাৰ বিৰুদ্ধে কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ এজাহাৰ দাখিল ! - Pratek Hajela

এন আৰ চিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমে দিছপুৰ থানাত শুকুৰবাৰে এখন এজাহাৰ দাখিল কৰে । এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ মইমতালি আৰু গাফিলতিৰ বাবে বহু খিলঞ্জীয়া লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱা বুলি দাবী কৰে সংগঠনটোৱে ৷

প্ৰতীক হাজেলাৰ বিৰুদ্ধে কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ এজাহাৰ দাখিল
author img

By

Published : Sep 6, 2019, 8:42 PM IST

দিছপুৰ, 6 ছেপ্তেম্বৰঃ এন আৰ চিৰ মুখ্য ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমে দিছপুৰ থানাত শুকুৰবাৰে এখন এজাহাৰ দাখিল কৰে । হাজেলাৰ গাফিলতি আৰু মইমতালিৰ বাবেই সদ্য প্ৰকাশিত নাগৰিকপঞ্জীত বহু খিলঞ্জীয়া লোকৰ নাম সকলো ধৰণৰ শুদ্ধ নথিপত্ৰ থকা স্বত্বেও অন্তৰ্ভুক্ত নোহোৱা বুলি দাবী উত্থাপন কৰে ।

প্ৰতীক হাজেলাৰ বিৰুদ্ধে কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ এজাহাৰ দাখিল

বুধবাৰে দিছপুৰ প্ৰেছ ক্লাৱত কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমে এখনি সংবাদমেল সম্বোধন কৰি এন আৰ চি চূড়ান্ত তালিকাৰ বিষয়ে মত প্ৰকাশ কৰি কয় যে এই তালিকাত বহু খিলঞ্জীয়া লোকৰ নাম বাদ পৰি গৈছে। সন্দেহযুক্ত নাগৰিকৰ লগতে ডি ভোটাৰ সকলৰ নাম এই তালিকাত প্ৰকাশ পোৱাৰ বিৰোধিতা কৰি কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমৰ সভাপতি প্ৰদীপ কলিতা আৰু কাৰ্যকৰী সভাপতি মুকুল বৰাই দিছপুৰ থানাত হাজেলাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷

Intro:প্ৰতীক হাজেলাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমৰ

Body:এন আৰ চিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমে দিছপুৰ থানাত শুকুৰবাৰে এক এজাহাৰ দাখিল কৰে। সদ্য প্ৰকাশিত নাগৰিকপঞ্জীত বহু খিলঞ্জীয়া লোকৰ নাম অন্তৰ্ভুক্ত কৰা নাই। হাজেলাই এইক্ষেত্ৰত গাফিলতি আৰু মই-মতালি কৰি খিলঞ্জীয়া লোকৰ সকলো ধৰণৰ শুদ্ধ নথিপত্ৰ থকা স্বত্বেও এইসকল লোকৰ নাম চূড়ান্ত নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত নোহোৱা বুলি দাবী উত্থাপন কৰে। গতিকে সমগ্ৰ দিশটো চালি জাৰি চাই উচিত তদন্ত কৰাৰ বাবে এই সম্পৰ্কে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমে।

সদ্য প্ৰকাশিত নাগৰিক পঞ্জী অসমীয়া জাতিৰ ৰক্ষা কৱচ নহয় এই মন্তব্য কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমৰ। বুধবাৰে দিছপুৰ প্ৰেছ ক্লাৱত কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমে এখনি সংবাদমেল সম্বোধন কৰি এন আৰ চি চূড়ান্ত তালিকাৰ বিষয়ে মত প্রকাশ কৰি কয় যে এই তালিকাত বহু খিলঞ্জীয়া লোকৰ নাম বাদ পৰি গৈছে। সন্দেহযুক্ত নাগৰিকৰ লগতে ডি ভোটাৰ সকলৰ নাম এই তালিকাত প্ৰকাশ পোৱাৰ বিৰোধিতা কৰি কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমৰ সভাপতি প্ৰদীপ কলিতা আৰু কাৰ্যকৰী সভাপতি মুকুল বৰাই দিছপুৰ থানাত হাজেলাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

Byte: মুকুল বৰা, কাৰ্যকৰী সভাপতি, কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসম (Assames and Hindi)

Conclusion:গুৱাহাটী
Asrar Ansari
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.