ETV Bharat / state

আগৰতলাত বৃহৎ পৰিমাণৰ ফেঞ্চিডাইল জব্দ

author img

By

Published : Oct 13, 2020, 12:13 PM IST

আগৰতলাৰ ৱাধাৰঘাট কেশৱ সংঘ ক্লাবৰ বিপৰীতে থকা এক গুদামৰ পৰা ফেঞ্চিডাইল জব্দ কৰে এন ডি নগৰ আৰক্ষীয়ে । প্ৰায় 33 হেজাৰ ফেঞ্চিডাইল জব্দ কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।

fancydail seized in karimganj assam etv bharat news
ফেঞ্চিডাইল জব্দ

কৰিমগঞ্জ,13 অক্টোবৰ: অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত জব্দ বৃহৎ পৰিমাণৰ ফেঞ্চিডাইল ৷ আগৰতলা আৰক্ষীয়ে উদ্ধাৰ কৰে এই নিচাযুক্ত সামগ্ৰীসমূহ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, আগৰতলাৰ ৱাধাৰঘাট কেশৱ সংঘ ক্লাবৰ বিপৰীতে থকা এক গুদামৰ পৰা ফেঞ্চিডাইলখিনি জব্দ কৰিবলৈ সক্ষম হয় এন ডি নগৰ থানাৰ আৰক্ষী । প্ৰায় 33 হেজাৰ ফেঞ্চিডাইল জব্দ কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । উক্ত ঘটনা সন্দৰ্ভত দুজন লোকক আটক কৰিছে আৰক্ষীয়ে । আটকাধীন ব্যক্তি দুজন গুদামৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰী বুলি জানিব পৰা গৈছে ৷ বিগত কেইদিনমানৰ পৰা আৰক্ষীৰ এটা দলে গুদামটোৰ ওপৰত কঠোৰ দৃষ্টি আৰোপ কৰি অৱশেষত মঙলবাৰে অভিযান চলাই ফেঞ্চিডাইল জব্দ কৰাৰ লগতে ব্যক্তি দুগৰাকীক আটক কৰিবলৈ সক্ষম হয় ৷

লগতে চাওকঃ অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে আবকাৰী আৰু আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.