ETV Bharat / state

কামাখ্যা জংচনত উৰিল ১০ লাখ টকীয়া ৰাষ্ট্ৰীয় পতাকা

author img

By

Published : Nov 15, 2019, 12:19 PM IST

উত্তৰ-পূব সীমান্ত ৰে'লৱে গুৱাহাটী ৰে'ল ষ্টেচন আৰু নিউ জলপাইগুৰি ষ্টেচন চৌহদত উৰুৱাইছে দেশৰ গৌৰৱৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা। কামাখ্যা ৰে'ল জংচনত ১০০ ফুট উচ্চতাৰ পতাকা উৰুৱাৰ সকলো কাম সম্পূৰ্ণ কৰিছে উত্তৰ-পূব সীমান্ত ৰে'লৱে । ১০ লাখ টকা ব্যয় সাপেক্ষে প্ৰস্তুত কৰি উলিওৱা হৈছে এই সুবিশাল পতাকা

কামাখ্যা জংচনত উৰিল বৃহৎ আকাৰৰ ৰাষ্ট্ৰীয় পতাকা

গুৱাহাটী,15 নৱেম্বৰঃ গুৱাহাটী ৰে'লৱে ষ্টেচনৰ পিছত এইবাৰ মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা জংচনত উৰিল বৃহৎ আকাৰৰ ৰাষ্ট্ৰীয় পতাকা । দেশৰ পৰ্যটনৰ কেন্দ্ৰস্থল সকলো ৰে'লৱে ষ্টেচনৰ বাহিৰত পতাকা লগোৱাৰ পৰিকল্পনা হাতত লৈছে ৰে'ল বিভাগে। ইতিমধ্যে উত্তৰ-পূব সীমান্ত ৰে'লৱে গুৱাহাটী ৰে'ল ষ্টেচন আৰু নিউ জলপাইগুৰি ষ্টেচন চৌহদত উৰুৱাইছে দেশৰ গৌৰৱৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা । এতিয়া কামাখ্যা ৰে'ল জংচনত ১০০ ফুট উচ্চতাৰ পতাকা উৰুৱাৰ সকলো কাম সম্পূৰ্ণ কৰিছে উত্তৰ-পূব সীমান্ত ৰে'লৱে । ১০ লাখ টকা ব্যয় সাপেক্ষে প্ৰস্তুত কৰি উলিওৱা হৈছে এই সুবিশাল পতাকা।

আনহাতে,বতাহ,বৰষুণত ত্ৰিৰংগাখন সহজে ফাটি নাযাবলৈও ব্যৱস্থা গ্ৰহণ কৰিছে বিভাগটোৱে। নিশাৰ ভাগত আকৰ্ষণীয় কৰি তুলিবলৈ বিশেষ লাইটৰো ব্যৱস্থা থাকিব বুলি জানিবৈ দিয়ে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বিষয়াবৰ্গই । মুঠৰ ওপৰত গুৱাহাটী আৰু নিউ জলপাইগুৰি ষ্টেচনৰ দৰেই কামাখ্যা ৰে'ল জংচনতো এতিয়াৰে পৰা সগৌৰৱে উৰিব জাতীয় পতাকা। উল্লেখ্য যে,উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অধীনস্থ মুঠ ৪১টাকৈ ৰে'ল ষ্টেচনত লগোৱা হ'ব এই ১০০ ফুট উচ্চতাৰ পতাকা। এই কথা ইটিভি ভাৰতক জনালে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ নৱ নিযুক্ত মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দই।

লগতে চাওকঃফাৰ্মাচিষ্ট নাই; চকিদাৰেই কাম চলাইঃ ঘটনাটো জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ

Intro:গুৱাহাটী ৰে'লৱে ষ্টেচনৰ পিছত এইবাৰ মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা জংচনত উৰিল বৃহৎ আকাৰৰ ৰাষ্ট্ৰীয় পতাকা। দেশৰ পৰ্যটনৰ কেন্দ্ৰস্থল সকলো ৰে'লৱে ষ্টেচনৰ বাহিৰত পতাকা লগোৱাৰ পৰিকল্পনা হাতত লৈছে ৰে'ল বিভাগে। ইতিমধ্যেই উত্তৰ-পূব সীমান্ত ৰে'লৱে গুৱাহাটী ৰে'ল ষ্টেচন আৰু নিউ জলপাইগুৰি ষ্টেচন চৌহদত উৰুৱাইছে দেশৰ গৌৰৱৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা। এতিয়া কামাখ্যা ৰে'ল জংচনত ১০০ ফুট উচ্চতাৰ পতাকা উৰুৱাৰ সকলো কাম সম্পূৰ্ণ কৰিছে উত্তৰ-পূব সীমান্ত ৰে'লৱে। ১০ লাখ টকা ব্যয় সাপেক্ষে প্ৰস্তুত কৰি উলিওৱা হৈছে এই সুবিশাল পতাকা।

byte- শুভানন চন্দ, মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া (উত্তৰ-পূব সীমান্ত ৰে'লৱে)

Body:বতাহ, বৰষুণত ত্ৰিৰংগাখন সহজে ফাটি নাযাবলৈও ব্যৱস্থা কৰিছে বিভাগটোৱে। তাৰোপৰি নিশাৰ ভাগত আকৰ্ষণীয়কৈ তুলিবলৈ বিশেষ লাইটিঙৰো ব্যৱস্থা থাকিব। মুঠৰ ওপৰত গুৱাহাটী আৰু নিউ জলপাইগুৰি ষ্টেচনৰ দৰেই কামাখ্যা জং ৰে'ল জংচনতো এতিয়াৰে পৰা সগৌৰৱেৰে উৰিব জাতীয় পতাকা। উল্লেখযোগ্য যে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অধীনস্থ মুঠ ৪১টাকৈ ৰে'ল ষ্টেচনত লগোৱা হ'ব এই ১০০ ফুট উচ্চতাৰ পতাকা। এই কথা ইটিভি ভাৰতক জনালে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ নৱনিযুক্ত মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দই।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.