ETV Bharat / state

বাঘজান অগ্নিকাণ্ড সন্দৰ্ভত ডঃ বিভৱ তালুকদাৰৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

author img

By

Published : Jun 13, 2020, 10:06 PM IST

বাঘজানৰ তৈলক্ষেত্ৰত সংঘটিত অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যকৰ সঞ্চালক ডঃ বিভৱ তালুকদাৰৰ সৈতে ইটিভি ভাৰতৰ এক্সক্লুছিভ সাক্ষাৎকাৰ ৷ ডঃ বিভৱ তালুকদাৰ এগৰাকী পৰিৱেশ কৰ্মী হোৱাৰ উপৰিও তেখেতে ভাৰতৰ লগতে জাভা আৰু সুমাত্ৰাত এশিঙীয়া গঁড় সংৰক্ষণৰ বাবে গৱেষণা কৰি আছে ৷

EXCLUSIVE INTERVIEW WITH BIBHAB TALUKDAR

নিউজ ডেস্ক, 13 জুন : বাঘজানৰ তৈলখাদত সংঘটিত ঘটনাই ডিব্ৰুছৈখোৱা আৰু মাগুৰী মতাপুং বিলৰ জৈব্য বৈচিত্ৰত ব্যাপক প্ৰভাৱ পেলাব বুলি মত প্ৰকাশ কৰে ডঃ তালুকদাৰে ৷ তেখেতৰ মতে সময়ৰ লগে লগে উন্নয়ন অৱশ্যাম্ভী যদিও আমি কিছু অতিৰিক্ত সজাগতা অৱলম্বন কৰা উচিত, যেনে উত্তৰ-পূৱৰ উন্নয়নৰ বাবে পৰিকল্পনা ৷

বাঘজান তৈলখাদৰ অগ্নিকাণ্ড সন্দৰ্ভত ডঃ বিভৱ তালুকদাৰৰ সৈতে এক্সক্লুছিভ সাক্ষাৎকাৰ

ডঃ বিভৱ তালুকদাৰে কয় যে, যি ধৰণৰ উন্নয়নে নহওক কিয়, সেইয়া পৰিৱেশ অথবা পৰিস্থিতিতন্ত্ৰৰ বাবে সামান্য ক্ষতিকাৰক হোৱা উচিত ৷ কিয়নো প্ৰকৃতিয়েই মানুহক বিনামূল্যে খোৱা পানী, বিশুদ্ধ বায়ু আৰু জীয়াই থকাৰ সমল দিছে ৷

তেখেতৰ মতে, বাঘজানৰ ঘটনাই আমাৰ পদ্ধতিসমূহত থকা নিশ্চিত সুৰুঙাৰ কথা উদঙাই দিছে ৷ উত্তৰ-পূৱত বিভিন্ন উন্নয়নমূলক পৰিকল্পনা কৰাৰ ক্ষেত্ৰত ইয়াৰ জৈৱ বৈচিত্ৰ আৰু পৰিস্থিতিতন্ত্ৰৰ বিষয়ে নজৰ ৰখা উচিত ৷

এই ঘটনাত যি ক্ষতিসাধন হ'ল তাক বিজ্ঞানসন্মতভাৱে পুনঃপ্ৰতিষ্ঠা কৰাৰ বাবে পদক্ষেপ লোৱা উচিত ৷

লগতে পঢ়ক : অ'এনজিচিৰ অসম সম্পদে বিপদ মাতিছে শিৱসাগৰলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.