ETV Bharat / state

আগন্তক নিৰ্বাচনৰ বাবে সাজু বিৰোধী দল কংগ্ৰেছ

আগন্তক বিধানসভা নিৰ্বাচনত কেনেদৰে সাজু কংগ্ৰেছ দল ৷ কৰ'ণা মহামাৰীৰ সমান্তৰালভাবে নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে বিৰোধী দল কংগ্ৰেছ ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ব্যক্ত কৰিলে নিজ অভিমত ৷

Exclusive interview formar chief minister tarun gogoi with etv bharat
কভিড-19ৰ সমান্তৰালভাবে আগন্তক নিৰ্বাচনৰ বাবে সাজু বিৰোধী দল কংগ্ৰেছ
author img

By

Published : Jun 3, 2020, 5:14 PM IST

গুৱাহাটী, 3 জুন : ক'ৰণা সন্ত্ৰাসৰ মাজতে ৰাজ্যৰ ৰাজনীতিত এতিয়া চলিছে নিৰ্বাচনৰ প্ৰস্তুতি । কিয়নো ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত আছে এবছৰতকৈও কম দিন । এনে সময়ত আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজৰ ওচৰলৈ যাবলৈ কেনেদৰে প্ৰস্তুত হৈছে ৰাজ্যৰ কংগ্ৰেছ দল ৷

কভিড-19ৰ সমান্তৰালভাবে আগন্তক নিৰ্বাচনৰ বাবে সাজু বিৰোধী দল কংগ্ৰেছ

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰবীণ কংগ্ৰেছ নেতা তৰুণ গগৈয়ে ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত প্ৰকাশ কৰিলে বহু কথা। আনকি ৰাজ্যৰ অৰ্থনীতি আৰু নিৱনুৱা সমস্যা সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ক'ৰণা মহামাৰীয়ে দেশৰ অৰ্থনীতিৰ ককাল ভাঙি পেলোৱাৰ পিছত ভাৰতীয় ৰাজনীতিত এইবাৰ কেনে হ'ব নিৰ্বাচনী প্ৰক্ৰিয়া সেই সম্পৰ্কত নিজ অভিমত ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: মুম্বাই আৰু গুজৰাটৰ দিশে আগবাঢ়িছে নিসৰ্গঃ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.