ETV Bharat / state

কি ঘটিছিল পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত ? - কনিষ্ঠ চিকিৎসক

৬ জুলাইৰ ঘটনাৰ বাবে দায়ী কোন ? শনি শৰ্মা নে কনিষ্ঠ চিকিৎসক?

৬ জুলাইৰ ঘটনাৰ বাবে দায়ী কোন ?
author img

By

Published : Jul 16, 2019, 5:03 PM IST

গুৱাহাটী, 16 জুলাইঃ ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হোৱা অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ঘটনাক লৈ পোহৰলৈ আহিছে নিতৌ ন ন তথ্য ৷ 6 জুলাইত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়লৈ পশু চিকিৎসাৰ বাবে যোৱা শনি শৰ্মা নামৰ লোকজন সামান্য কথাতে তৰ্কত লিপ্ত হৈছিল ৯ জন কনিষ্ঠ চিকিৎসকৰ সৈতে ৷ তাৰপিচত দুয়োপক্ষৰ মাজত অভিযোগ প্ৰতি-অভিযোগৰ মাজতে ঘটনাৰ দিনা থকা এগৰাকী প্ৰত্যক্ষদৰ্শীৰ ভাষ্য আহি পৰিছে ইটিভি ভাৰতৰ হাতত....

কি ঘটিছিল পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত ?

Intro:পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ঘটনাক লৈ কি কয় প্ৰত্যক্ষদৰ্শীয়ে।

Body:

খানাপাৰা স্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ৯ জন জুনিয়ৰ ডাক্তৰৰ লগত শনি শৰ্মা নামৰ লোক জনে ৬ জুলাইত কৰা দুৰ্ব্যৱহাৰ ঘটনা সম্পৰ্কে কি কয় প্ৰত্যক্ষদৰ্শীয়ে ? প্ৰকৃততে জুনিয়ৰ ডাক্তৰ আৰু শনি শৰ্মাৰ মাজত কি হৈছিল ৬ জুলাইৰ দিনা? পুলিচৰ বাহনেৰে শনি শৰ্মাই কি জীৱ জন্তু আনিছিল পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত ? জুনিয়ৰ ডাক্তৰৰ লগত শনি শৰ্মাই দুৰ্ব্যৱহাৰ কৰিছিল কিয় ? পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ঘটনাক লৈ কি কয় প্ৰত্যক্ষদৰ্শীয়ে। উল্লেখযোগ্য যে শনি শৰ্মাৰ পত্নী ১০ অসম আৰক্ষীৰ এচিষ্টেণ্ট কৰ্মৰত।

Byte প্ৰত্যক্ষদৰ্শী

Conclusion:উল্লেখ্যযে মহাবিদ্যালয়ৰ তৰফৰ পৰা দিছ্পুৰ থানাত এক এজাহাৰ দাখিল কৰা হৈছে আৰু ইণ্ডিয়ান ভেটনেৰী এছচিয়েচন তৰফৰ পৰা অসম চৰকাৰৰ মুখ্য সচিব লৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে ১৩ জুলাইত উক্ত ঘটনাক লৈ জুনিয়ৰ ডাক্তৰ সকলে এক প্ৰতিবাদ কৰি শনি শৰ্মাক শাস্তিৰ দাবী জনাইছিল।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.