ETV Bharat / state

জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল'লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে

author img

By

Published : Feb 29, 2020, 10:38 PM IST

শুকুৰবাৰে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি থকা সময়তে হঠাতে অসুস্থ হৈ পৰা কণ্ঠশিল্পী জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল'লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ ইয়াৰোপৰি নেমকেয়াৰ চিকিৎসালয়ত ভৰ্তি হৈ থকা মুক্তি যুঁজাৰু হেম ভড়ালীৰো স্বাস্থ্যৰ বুজ ললে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

গুৱাহাটী, 29 ফেব্ৰুৱাৰীঃ শনিবাৰে নেমকেয়াৰ চিকিৎসালয়ত গৈ জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল'লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ জুবিনৰ স্বাস্থ্যক লৈ কোনো চিন্তাৰ কাৰণ নাই বুলি উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ জুবিন গাৰ্গৰ লগতে নেমকেয়াৰ চিকিৎসালয়ত ভৰ্তি হৈ থকা মুক্তি যুঁজাৰু হেম ভড়ালীৰো স্বাস্থ্যৰ বুজ ললে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গৰাকীয়ে ৷

জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল'লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে

লগতে পঢ়কঃ জুবিন গাৰ্গ আৰু মুক্তি যুঁজাৰু হেম ভড়ালীৰ স্বাস্থ্যৰ বুজ ললে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.