গুৱাহাটী, 1 ছেপ্তেম্বৰ: মহানগৰীৰ এটা অঞ্চলৰ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । কিয়নো বিদ্যুৎ পৰিষদে সাতগাঁৱৰ আমবাৰী, কোচপাৰা, জাৰবাৰী, দলবাৰী, কল্যাণকুচী আদি অঞ্চলৰ প্ৰায় 700 ৰো অধিক গ্ৰাহকলৈ প্ৰেৰণ কৰিলে লক্ষ্যধিক টকাৰ বিদ্যুৎ মাচুল । কাৰোবাৰ যদি আহিছে 20,000 টকা আন কাৰোবাৰ আহিল দুই লক্ষ্যধিক টকাৰ বিল । ইয়াকে লৈ দেওবাৰে অঞ্চলবাসীয়ে আয়োজন কৰিলে এক ৰাজহুৱা সভাৰ । সমস্যাৰ সমাধান বিচাৰি বিদ্যুৎ পৰিষদৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ । বিভাগটোৰ কাণ্ডজ্ঞান হীনতাত অতিষ্ঠ জনতাই বিচাৰিলে উচ্চ পদস্থ বিষয়াৰ স্পষ্টীকৰণ । ৰাইজৰ দাবী বৰ্ধিত বিদ্যুৎ বিল সংশোধন নোহোৱালৈ বিল পৰিশোধ নকৰে ভুক্তভোগীয়ে । এনে অভিযোগ সাতগাঁও অঞ্চলৰেই নহয় ভিন্ন সময়ত অসমৰ ভিন্ন স্থানত ঘটি আহিছে এনে কাণ্ড । এতিয়া ভুক্তভোগী জনতাই বিচাৰিছে দায়িত্ববাহী বিষয়াৰ হস্তক্ষেপ ৷
গ্ৰাহকক লাখটকীয়া উপহাৰ বিদ্যুৎ পৰিষদৰ - গ্ৰাহকলৈ প্ৰেৰণ কৰিলে লক্ষ্যধিক টকাৰ বিদ্যুৎ মাচুল
বিদ্যুৎ পৰিষদৰ আজৱ কাণ্ড ৷ বিদ্যুৎ পৰিষদে সাতগাঁৱৰ আমবাৰী, কোচপাৰা, জাৰবাৰী, দলবাৰী, কল্যাণকুচী আদি অঞ্চলৰ প্ৰায় 700 ৰো অধিক গ্ৰাহকলৈ প্ৰেৰণ কৰিলে লক্ষ্যধিক টকাৰ বিদ্যুৎ মাচুল
![গ্ৰাহকক লাখটকীয়া উপহাৰ বিদ্যুৎ পৰিষদৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4308372-thumbnail-3x2-electricity-protest.jpg?imwidth=3840)
গুৱাহাটী, 1 ছেপ্তেম্বৰ: মহানগৰীৰ এটা অঞ্চলৰ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । কিয়নো বিদ্যুৎ পৰিষদে সাতগাঁৱৰ আমবাৰী, কোচপাৰা, জাৰবাৰী, দলবাৰী, কল্যাণকুচী আদি অঞ্চলৰ প্ৰায় 700 ৰো অধিক গ্ৰাহকলৈ প্ৰেৰণ কৰিলে লক্ষ্যধিক টকাৰ বিদ্যুৎ মাচুল । কাৰোবাৰ যদি আহিছে 20,000 টকা আন কাৰোবাৰ আহিল দুই লক্ষ্যধিক টকাৰ বিল । ইয়াকে লৈ দেওবাৰে অঞ্চলবাসীয়ে আয়োজন কৰিলে এক ৰাজহুৱা সভাৰ । সমস্যাৰ সমাধান বিচাৰি বিদ্যুৎ পৰিষদৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ । বিভাগটোৰ কাণ্ডজ্ঞান হীনতাত অতিষ্ঠ জনতাই বিচাৰিলে উচ্চ পদস্থ বিষয়াৰ স্পষ্টীকৰণ । ৰাইজৰ দাবী বৰ্ধিত বিদ্যুৎ বিল সংশোধন নোহোৱালৈ বিল পৰিশোধ নকৰে ভুক্তভোগীয়ে । এনে অভিযোগ সাতগাঁও অঞ্চলৰেই নহয় ভিন্ন সময়ত অসমৰ ভিন্ন স্থানত ঘটি আহিছে এনে কাণ্ড । এতিয়া ভুক্তভোগী জনতাই বিচাৰিছে দায়িত্ববাহী বিষয়াৰ হস্তক্ষেপ ৷
# বিদ্যুৎ বিভাগৰ আজব কাণ্ড।
# গ্ৰাহকক বিদ্যুৎ বিভাগৰ লাখটকীয়া উপহাৰ।
# লাখটকীয়া উপহাৰ দেখি হতবাক এটা অঞ্চলৰ ৰাইজ।
Vo- হয় মহানগৰীৰ এটা অঞ্চলৰ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। কিয়নো বিদ্যুৎ বিভাগে সাতগাওৰ আমবাৰী, কোচপাৰা, জাৰবাৰী, দলবাৰী, কল্যাণকুচী আদি অঞ্চলৰ প্ৰায় 700 ৰো অধিক গ্ৰাহকলৈ প্ৰেৰণ কৰিলে লক্ষ্যধিক টকাৰ বিদ্যুৎ মাচুল। কাৰোবাৰ যদি আহিছে 20,000 টকা আন কাৰোবাৰ আহিল দুই লক্ষ্যধিক টকাৰ বিল। ইয়াকে লৈ দেওবাৰে অঞ্চল বাসীয়ে আয়োজন কৰিলে এক ৰাজহুৱা সভাৰ। সমস্যাৰ সমাধান বিচাৰি বিদ্যুৎ বিভাগৰ ক্ৰুটিৰ বিৰূদ্ধে উজাৰিলে ক্ষোভ। বিভাগটোৰ কাণ্ডজ্ঞান হীনতাত অতিষ্ঠ জনতাই বিচাৰিলে বৰ মুৰীয়াৰ স্পষ্টীকাৰণ। বৰ্দ্ধিত হাৰত অহা বিল দেখি চকু কপালত উঠিছে সকলোৰে। ৰাইজৰ দাবী বৰ্ধিত বিদ্যুৎ বিল সংশধন নোহোৱালৈ বিল পৰিশোধ নকৰে ভুক্ত ভূগিয়ে। এনে অভিযোগ সাতগাও অঞ্চলৰেই নহয় ভিন্ন সময়ত অসমৰ ভিন্ন স্থানত পোহৰলৈ আহিছে এনে কাণ্ড। একেই অ বিবেচকি কাণ্ডৰ স্থান এইবাৰ মহানগৰীৰ সাতগাও। আৰু এতিয়া ভুক্তভোগি জনতাই বিচাৰিছে দায়িত্ববাহি বিষয়াৰ হস্তক্ষেপ।Conclusion:লিপিকা ডেকা,গুৱাহাটী