ETV Bharat / state

আজি পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা - নিৰ্বাচন আয়োগ

আজি বিয়লি 4 বাজি 30 মিনিটত এক সংবাদমেল যোগে নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ সম্ভাৱনা পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ দিন ৷

আজি পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা

author img

By

Published : Feb 26, 2021, 11:56 AM IST

নিউজ ডেস্ক,26 ফেব্ৰুৱাৰীছ শুকুৰবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ সম্ভাৱনা পাঁচ ৰাজ্যত হ’ব লগীয়া আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ সময়সূচী ৷ উল্লেখযোগ্য যে, অসম, কেৰালা, তামিলনাডু, পশ্চিম বংগ আৰু কেন্দ্ৰীয় শাসতি অঞ্চল পণ্ডিচেৰীত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন ৷

  • Election Commission of India to announce the schedule for Assembly elections in Assam, Kerala, Tamil Nadu, West Bengal and Puducherry. https://t.co/13H2TF5Zhm

    — ANI (@ANI) February 26, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

আজি বিয়লি 4 বাজি 30 মিনিটত নিৰ্বাচন আয়োগে এক সংবাদমেল যোগে ঘোষণা কৰাৰ সম্ভাৱনা এই পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ দিন ৷

লগতে পঢ়কঃ ন্যায্য প্ৰাপ্তিৰ দাবীত উত্তাল ডুমডুমা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.