ETV Bharat / state

গৰম বন্ধ শেষ হ'ল যদিও নোখোলে বিদ্যালয় - new covid cases

শিক্ষা বিভাগ(Education department)ৰ বিশেষ নিৰ্দেশনা জাৰি । বিদ্যালয় নোখোলা পৰ্যন্ত অসমৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানত অনলাইন পাঠ্যক্ৰম আৰম্ভ কৰাৰ নিৰ্দেশ । ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ।

Education department new order on school opening
অসমৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানত অনলাইন পাঠ্যক্ৰম আৰম্ভ কৰাৰ নিৰ্দেশ
author img

By

Published : Jun 15, 2021, 2:22 PM IST

গুৱাহাটী, ১৫ জুন: ৰাজ্যৰ বিদ্যালয়সমূহৰ গ্ৰীষ্মকালীন বন্ধ(summer vacation) ১৪ জুনত অন্ত পৰিল যদিও খোলা নাই বিদ্যালয়সমূহ । গ্ৰীষ্মকালীন বন্ধৰ অন্ত পৰাৰ পাছতো নোখোলে বিদ্যালয়সমূহ । গৰম বন্ধ শেষ হ'ল যদিও বিদ্যালয়লৈ আহিব নালাগে শিক্ষাৰ্থীসকল ।

Education department new order on school opening
অসমৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানত অনলাইন পাঠ্যক্ৰম আৰম্ভ কৰাৰ নিৰ্দেশ

এই সন্দৰ্ভত ইতিমধ্যে শিক্ষা বিভাগ(Education department)ৰ প্ৰধান সচিবে এক নিৰ্দেশনা জাৰি কৰিছে । ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত । বিদ্যালয় নোখোলা পৰ্যন্ত অসমৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানত অনলাইন পাঠ্যক্ৰম আৰম্ভ কৰা হ'ব । ৰাজ্যৰ শিক্ষা বিভাগে নিৰ্দেশ দিছে যে, বিদ্যালয় মুকলি কৰিব পৰা অৱস্থা নোহোৱা পৰ্যন্ত অনলাইন মাধ্যমেৰে শিক্ষকসকলে পাঠদান প্ৰক্ৰিয়া চলাব লাগিব । উল্লেখ্য যে, ক'ভিড পৰিস্থিতিৰ ভয়াৱহতাৰ বাবেই এইবাৰ আগতীয়াকৈ দিয়া হৈছিল এই গৰম বন্ধ ।

কিন্তু ক'ভিড পৰিস্থিতি(Covid situation) উন্নত নোহোৱা বাবে গৰম বন্ধ খোলাৰ পাছতো বিদ্যালয়সমূহ বন্ধ ৰাখি অনলাইনযোগে পাঠ্যক্ৰম আৰম্ভ কৰাৰ নিৰ্দেশ দিয়া হৈছে।

লগতে পঢ়ক: কোকৰাঝাৰৰ দুই ভগ্নীৰ মৃত্যুৰ ৰহস্য ফাদিল মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.