- ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti drugs mission in Assam)
- নিশা মহানগৰীত গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছসহ ব্যৱসায়ীক (Gorchuk Police arrested drugs peddler)
- আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা জব্দ কৰে বৃহৎ পৰিমানৰ নিচাযুক্ত য়াবা টেবলেটৰ লগতে হেৰ’ইন
- ধৃত ড্ৰাগছ ব্যৱসায়ীটো বৰপেটাৰ আনোৱাৰ হুছেইন (Drugs peddler arrested in Guwahati)
- মহানগৰীৰ পূৱ শৰণীয়াৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অনোৱাৰ হুছেইনক
- আনোৱাৰো হুছেইনে মহানগৰীৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰা চলাই আহিছিল ড্ৰাগছৰ বেহা
- আৰক্ষীয়ে অনোৱাৰ হুছেইনৰ পৰা জব্দ কৰে ১৬ হাজাৰ য়াবা টেবলেট, ৫ টা হেৰ’ইনৰ পেকেটৰ লগতে নগদ ৫০ হাজাৰ টকা
- জব্দকৃত নিচাজাতীয় সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় ৪ কোটি টকা