ETV Bharat / state

ডুগডুগীৰ অসম কন্যাৰ খিতাপ লাভ লখিমপুৰৰ জুমি চৌধুৰীৰ

2020বৰ্ষৰ "অসম কন্যা"ৰ বঁটা লাভ কৰে লখিমপুৰ জিলাৰ জুমি চৌধুৰীয়ে ৷ সৰ্বমুঠ ৭৮০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি এই প্ৰতিযোগিতাখনিত ৰানাৰ্চ আপ হিচাপে নিৰ্বাচিত হয় ডিগবৈৰ ৰানুপ্ৰিয়া শৰ্মা, তৃতীয় পুৰস্কাৰ লাভ কৰে ধেমাজিৰ নেহা শইকীয়া আৰু চতুৰ্থ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় নাৰায়ণপুৰৰ অংকিতা তামুলীয়ে ৷

author img

By

Published : Dec 8, 2020, 8:07 AM IST

dugdugi competition
ডুগডুগীৰ অসম কন্যাৰ খিতাপ লাভ লখিমপুৰৰ জুমি চৌধুৰীৰ

গুৱাহাটী,8ডিচেম্বৰঃসোমবাৰে গুৱাহাটীস্থিত জনপ্ৰিয় গহনা প্ৰতিষ্ঠান ডুগডুগীৰ কাৰ্যালয়ত অনুষ্ঠিত হয় 2020বৰ্ষৰ "অসম কন্যা"ৰ বঁটা প্ৰদান অনুষ্ঠান ৷ এই বিশেষ প্ৰতিযোগিতাখনিত"অসম কন্যা"ৰ খিতাপ লাভ কৰে লখিমপুৰ জিলাৰ জুমি চৌধুৰীয়ে ৷সৰ্বমুঠ ৭৮০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি এই প্ৰতিযোগিতাখনিত ৰানাৰ্চ আপ হিচাপে নিৰ্বাচিত হয় ডিগবৈৰ ৰানুপ্ৰিয়া শৰ্মা, তৃতীয় পুৰস্কাৰ লাভ কৰে ধেমাজিৰ নেহা শইকীয়া আৰু চতুৰ্থ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় নাৰায়ণপুৰৰ অংকিতা তামুলীয়ে ৷

আনহাতে, ডুগডুগীৰ স্বত্বাধিকাৰী তথা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপক ডিজাইনাৰ উৎপল বণিয়াই কয় যে,এই প্ৰতিয়োগিতাত দহগৰাকী প্ৰতিযোগীক নিচুকনি বঁটা প্ৰদান কৰা হয় ৷ ইপিনে,অসমীয়া গহনাৰ জনপ্ৰিয় প্ৰতিষ্ঠান ডুগডুগী গুৱাহাটী, নগাঁও, যোৰহাটত মুকলি কৰাৰ পিছত এইবাৰ ডিব্ৰুগড়টো খোলাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে স্বত্বাধিকাৰী উৎপল বণিয়াই।

লগতে পঢ়কঃ জয়পুৰ বৰ্ষাৰণ্যত এনথাক্স ৰোগত আক্ৰান্ত হৈ তিনিদিনত দুটা হাতীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.