ETV Bharat / state

ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ মহানগৰ আৰক্ষী

ড্ৰাগছৰ বিৰুদ্ধে তৎপৰ মহানগৰ আৰক্ষী ৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ গুৱাহাটীৰ প্ৰতিখন আৰক্ষী থানালৈ কঠোৰ নিৰ্দেশনা মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ

ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ গুৱাহাটীৰ প্ৰতিখন আৰক্ষী থানালৈ কঠোৰ নিৰ্দেশনা
author img

By

Published : Jul 30, 2019, 7:07 PM IST

গুৱাহাটী, 30 জুলাইঃ মহানগৰীত ব্যাপক হাৰত বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা ৷ এই অধিকাংশ অপৰাধজনিত ঘটনাৰ কাৰণ হৈছে মহানগৰীৰ অলিয়ে গলিয়ে গঢ় লৈ উঠা মাৰাত্মক ড্ৰাগছৰ ঘাটি ৷ এই ড্ৰাগছৰ বিৰুদ্ধে এতিয়া তৎপৰ হৈছে মহানগৰ আৰক্ষী ৷ মঙলবাৰে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ গুৱাহাটীৰ প্ৰতিখন আৰক্ষী থানালৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷ ইতিমধ্যে মহানগৰীৰ বিভিন্ন স্থানত চলা ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষীৰ দল ৷

Intro:মহানগৰীত এতিয়া ব্যাপক হাৰত বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা। এই অধিকাংশ অপৰাধজনিত ঘটনাৰ আঁৰত ড্ৰাকছ। মহানগৰীৰ অলিয়ে গলিয়ে গঢ় লৈ উঠিছে যুৱ প্ৰজন্মক ধ্বংসৰ গ্ৰাসলৈ ঠেলি দিয়া মাৰাত্মক ড্ৰাকছৰ ঘাটি।

Body:এই ড্ৰাকছৰ বিৰুদ্ধে অৱশেষত তৎপৰ মহানগৰ আৰক্ষী। প্ৰতিদিনে নিষিদ্ধ ড্ৰাকছৰ বিৰুদ্ধে অভিযান চলাবলৈ গুৱাহাটীৰ প্ৰতিখন আৰক্ষী থানালৈ কঠোৰ নিৰ্দেশ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ। ইতিমধ্যেই অপৰাধ নিৰ্মূল কৰাৰ প্ৰতিজন শীৰ্ষ আৰক্ষীৰ লগত আলোচনাত বহিছে আৰক্ষী আয়ুক্তগৰাকীয়ে। মংগলবাৰে সংবাদ মাধ্যমৰ আগত এই কথা জনাই আৰক্ষী আয়ুক্ত দীপক কুমাৰে। ইফালে আৰক্ষী আয়ুক্তগৰাকীৰ নিৰ্দেশ ক্ৰমে মংগলবাৰে মহানগৰীৰ বিভিন্ন স্থানত চলিল ড্ৰাকছ বিৰোধী অভিযান। অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাকছৰ লগতে আটক হয় কেইবাজনো ড্ৰাকছ সৰবৰাহকাৰী।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.