ETV Bharat / state

ইম্ফলত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ গুৰুত্বপূৰ্ণ বৈঠক

ইম্ফলত উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ শীৰ্ষ আৰক্ষীৰ গুৰুত্বপূৰ্ণ বৈঠক ৷

ইম্ফলত মিলিত উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ আৰক্ষীৰ শীৰ্ষ বিষয়া
author img

By

Published : Jul 26, 2019, 10:20 PM IST

Updated : Jul 26, 2019, 10:32 PM IST


ইম্ফলত উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ শীৰ্ষ আৰক্ষীৰ গুৰুত্বপূৰ্ণ বৈঠক ৷ উত্তৰ পূৰ্বাঞ্চলৰ অপৰাধ কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ বাবে বিশেষ আলোচনা কৰা হৈছিল উক্ত বৈঠকত । কয়লা, সাৰ, চুপাৰী ইত্যাদি সামগ্ৰীৰ হৈ থকা অবৈধ বেহা ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বিষয়েও কৰা হয় আলোচনা

ইম্ফলত মিলিত উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ আৰক্ষীৰ শীৰ্ষ বিষয়া


ইম্ফলত উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ শীৰ্ষ আৰক্ষীৰ গুৰুত্বপূৰ্ণ বৈঠক ৷ উত্তৰ পূৰ্বাঞ্চলৰ অপৰাধ কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ বাবে বিশেষ আলোচনা কৰা হৈছিল উক্ত বৈঠকত । কয়লা, সাৰ, চুপাৰী ইত্যাদি সামগ্ৰীৰ হৈ থকা অবৈধ বেহা ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বিষয়েও কৰা হয় আলোচনা

ইম্ফলত মিলিত উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ আৰক্ষীৰ শীৰ্ষ বিষয়া
Intro:ইম্ফলত ছিকিমককে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ DG-IGৰ গুৰুত্বপূৰ্ণ বৈঠক


Body:মণিপুৰৰ ৰাজধানী ইম্ফলত ছিকিমককে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ DG-IGৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠক সম্পৰ্কে শুকুৰবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই সংবাদ মাধ্যমক জনায়। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ অপৰাধ কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ বাবে বিশেষ আলোচনা কৰা হৈছিল উক্ত বৈঠকত। ইয়াৰ উপৰিও কয়লা, সাৰ, চুপাৰী ইত্যাদি সামগ্ৰীৰ হৈ থকা অবৈধ বেহা ৰোধ কৰাৰ লগতে আন্তৰাজ্যিক অপৰাধ ৰোধ আৰু ড্ৰাগছ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। ইফালে এতিয়াৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ সকলো আৰক্ষীয়ে মিলিত প্ৰচেষ্টাৰে অপৰাধ নিৰ্মূল কৰাৰ ক্ষেত্ৰত কাম কৰিব বুলি জানিবলৈ দিয়ে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।




Conclusion:Asrar Ansari
গুৱাহাটী
Last Updated : Jul 26, 2019, 10:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.