ETV Bharat / state

অসম বিধান সভাৰ পৰৱৰ্তী উপাধ্যক্ষ কোন ? - ETV_BHARAT

অহা 18 জুলাইৰ পৰা অনুষ্ঠিত হ'ব বিধানসভাৰ গ্ৰীষ্মকালীন অধিবেশন ৷ ইয়াৰ মাজতেই 23 জুলাইত অনুষ্ঠিত হ'ব উপাধ্যক্ষৰ নিৰ্বাচন । 23 জুলাইত অনুষ্ঠিত হ'বলগীয়া উপাধ্যক্ষ নিৰ্বাচনৰ মনোনয়ন পত্ৰ 23 জুলাইৰ বিয়লি 3 বজালৈকে দিব পাৰিব। ইয়াৰ বাবে সাজু হৈছে কেইবাজনো বিধায়ক ৷

বিধান সভাৰ উপাধ্যক্ষৰ আসনত কোন !
author img

By

Published : Jul 13, 2019, 5:54 PM IST

গুৱাহাটী,জুলাই 13 : কোন বহিব অসম বিধানসভাৰ উপাধ্যক্ষৰ আসনত ! উপাধ্যক্ষৰ বাবে চৰ্চাত আছে কেইবাজনো বিধায়কৰ নাম ৷ পূৰ্বৰ উপাধ্যক্ষ কৃপানাথ মাল্লা কৰিগঞ্জ সংসদীয় সংসদীয় সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হোৱাৰ পাচতে এতিয়া শূণ্য হৈ আছে বিধানসভাৰ উপাধ্যক্ষৰ আসন ৷ নতুন উপাধ্যক্ষ নিযুক্তিৰ বাবে অহা 23 জুলাইত অনুষ্ঠিত হ'ব উপাধ্যক্ষৰ নিৰ্বাচন ৷ ইয়াৰ বাবে সাজু হৈছে কেইবাজনো বিধায়ক। উল্লেখ্য যে, অহা 18 জুলাইৰ পৰা অনুষ্ঠিত হ'ব বিধানসভাৰ গ্ৰীষ্মকালীন অধিবেশন ৷ ইয়াৰ মাজতেই 23 জুলাইত অনুষ্ঠিত হ'ব উপাধ্যক্ষৰ নিৰ্বাচন ।

বিধান সভাৰ উপাধ্যক্ষৰ আসনত কোন !

প্ৰাপ্ত তথ্য অনুসৰি উপাধ্যক্ষ পদৰ বাবে চৰ্চালৈ আহিছে পশ্চিম গুৱাহাটীৰ অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা,ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন,বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেৱানন্দ হাজৰিকা আৰু ডিমা হাচাওৰ বিধায়ক বীৰভদ্ৰ হাগজেৰ নাম ৷ 23 জুলাইত অনুষ্ঠিত হ'বলগীয়া উপাধ্যক্ষ নিৰ্বাচনৰ মনোনয়ন পত্ৰ 23 জুলাইৰ বিয়লি 3 বজালৈকে দিব পাৰিব। উল্লেখ্য যে,নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত চলা প্ৰবল আন্দোলনৰ লগতে কেইবাটাও কাৰণত উপাধ্যক্ষৰ পদৰ পৰা পদত্যাগ কৰিছিল শিলচৰৰ বিধায়ক দিলীপ পালে ৷ তাৰ পাচতেই উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল ৰাতাবাৰী সমষ্টিৰ বিধায়ক কৃপানাথ মাল্লা ৷ কিন্তু,কৃপানাথ মাল্লা সাংসদ নিৰ্বাচন হোৱাৰ পাচত পুনৰ খালী হৈ পৰে উপাধ্যক্ষৰ আসন ৷ এতিয়া অপেক্ষা 23 জুলাইলৈ ৷ সেইদিনাই নিৰ্ধাৰণ হ'ব কোন বহিব উপাধ্যক্ষৰ আসনত ৷

Intro:বিধানসভাত এতিয়া খালি হৈ ৰৈছে উপাধক্ষ্যৰ পদ। অহা ২৩ জুলাইত অনুষ্ঠিত হব উপাধক্ষ্যৰ নিৰ্বাচন। নিৰ্বাচনৰ বাবে এতিয়া সাজু হৈছে কেইবাজনো বিধায়ক। BITE - MRIGEN DEKA , chief secretary assembly ৰাতাবাৰী সমষ্টিৰ বিজেপিৰ বিধায়ক কৃপানন মাল্লা কৰিমগঞ্জ সংসদীয় সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱাত খালি হল বিধানসভাৰ উপাধক্ষ্যৰ পদ । ১৮ জুলাইৰ পৰা অনুষ্ঠিত হ'ব বিধানসভাৰ গ্ৰীষ্মকালীন অধিবেশন। এই অধিবেশনৰ মাজতে ২৩ জুলাইত অনুষ্ঠিত হব উপাধ্যক্ষৰ নিৰ্বাচন।

Body:কোন হ'ব বিধানসভাৰ পৰৱৰ্তী উপাধক্ষ্য? উপাধক্ষ্যৰ বাবে চৰ্চাত আছে কেইবাজনো বিধায়কৰ নাম। gfx : পশ্চিম গুৱাহাটীৰ অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা gfx : ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন gfx : বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেৱানন্দ হাজৰিকা আৰু বিধায়ক বীৰভদ্ৰ হাগজেৰ নামও চৰ্চিত হৈ আছে । ১৮ জুলাইৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিবেশন। এই অধিবেশনতে অনুষ্ঠিত হ'ব উপাধক্ষ্যৰ নিৰ্বাচন। শিলচৰৰ বিধায়ক দিলীপ পালে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত চলা প্ৰবল আন্দোলনৰ লগতে কেইবাটাও কাৰণত পদত্যাগ কৰিছিল উপাধক্ষ্যৰ পদৰ পৰা। দিলীপ পালৰ পদত্যাগৰ পাছত উপাধক্ষ্য হিচাপে নিৰ্বাচিত হৈছিল কৃপানন মাল্লা। কৃপানন মাল্লাও সাংসদ হিচাপে নিৰ্বাচিত হৈ দিল্লীলৈ যোৱাৰ পাছত দ্বিতীয় বাৰৰ বাবে খালি হৈ ৰ'ল উপাধক্ষ্যৰ পদ।

Conclusion:আনহাতে, ২৩ জুলাইত অনুষ্ঠিত হ'বলগীয়া উপাধক্ষ্য নিৰ্বাচনৰ মনোনয়ন পত্ৰ ২৩ জুলাই বিয়লি ৩ বজালৈকে দিব পাৰিব।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.