ETV Bharat / state

মালিগাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

author img

By

Published : Dec 29, 2019, 6:47 PM IST

পথৰ দাঁতিত পৰি থকা অৱস্থাত মালিগাওঁত উদ্ধাৰ হয় এজন অচিনাক্ত পুৰুষৰ মৃতদেহ । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে মৃতদেহটো ।

মালিগাঁৱত চাঞ্চল্য
অচিনাক্ত মৃতদেহ উদ্ধাৰ

গুৱাহাটী,29 ডিচেম্বৰঃ দেওবাৰে মহানগৰীৰ মালিগাঁৱত উদ্ধাৰ হয় এজন অচিনাক্ত পুৰুষৰ মৃতদেহ । পথৰ দাঁতিত পৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো । উপস্থিত ৰাইজে খবৰ দিয়ে গোশালা আৰক্ষীক ।

অচিনাক্ত মৃতদেহ উদ্ধাৰ

ততালিকে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে মৃতদেহটো । লোকজনৰ পৰিচয় উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে । মৃতদেহটো চিনাক্তকৰণৰ বাবে ৭২ ঘন্টা মৰ্গত ৰখা হ’ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে ।

লগতে চাওকঃনলবাৰীত খিলঞ্জীয়াৰ গণ হু‌ংকাৰ

Intro:দেওবাৰে মহানগৰীৰ মালিগাঁৱত উদ্ধাৰ হয় এগৰাকী পুৰুষৰ মৃতদেহ। পথৰ দাঁতিত পৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো। পিছত ৰাইজে খবৰ দিয়ে গোশালা আৰক্ষীক। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৰণোত্তৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে মৃতদেহটো। বৰ্তমানো লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই। মৃতদেহটো চিনাক্তকৰণৰ বাবে ৭২ ঘন্টা মৰ্গত ৰখা হ'ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে।Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.