ETV Bharat / state

কৰ'ণা আতংকৰ মাজতে মালিগাঁৱত উদ্ধাৰ নাহৰফুটুকীৰ মৃতদেহ

author img

By

Published : Apr 12, 2020, 10:23 AM IST

Updated : Apr 12, 2020, 9:04 PM IST

স্থানীয় ৰাইজে মৃত নাহৰফুটুকীটো প্ৰত্যক্ষ কৰি গোশালা আৰক্ষী আৰু বন বিভাগক খবৰ দিয়ে । সম্প্ৰতি বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰে ।

মালিগাঁৱত উদ্ধাৰ নাহৰফুটুকীৰ মৃতদেহ
মালিগাঁৱত উদ্ধাৰ নাহৰফুটুকীৰ মৃতদেহ

মালিগাঁও, 12 এপ্ৰিল: কৰ'ণা আতংকৰ মাজতে মহানগৰীৰ মালিগাঁৱত নাহৰফুটুকীৰ আতংক । গোশালা দেৱকাটা নগৰৰ এঘৰ লোকৰ চৌহদত উদ্ধাৰ হয় এটা মৃত নাহৰফুটুকী । স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, পাহৰৰ ওপৰত দুটা নাহৰফুটুকীৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱাত এটা নাহৰফুটুকী তললৈ পৰি যোৱাৰ ফলত নাহৰফুটুকীটোৰ মৃত্যু হয়। স্থানীয় ৰাইজে মৃত নাহৰফুটুকীটো প্ৰত্যক্ষ কৰি গোশালা আৰক্ষী আৰু বন বিভাগক খবৰ দিয়ে । সম্প্ৰতি বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰে । উল্লেখযোগ্য যে, দেওবাৰে নাহৰফুটুকীটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি সৎকাৰ কৰা হ'ব।

Last Updated : Apr 12, 2020, 9:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.