ETV Bharat / state

প্লাষ্টিক বৰ্জনৰ আহ্বান কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিত পেগুৰ

প্লাষ্টিক বেগৰ বিৰুদ্ধে কঠোৰ হ’ব মহানগৰ প্ৰশাসন ৷

author img

By

Published : Jun 15, 2019, 7:21 PM IST

প্লাষ্টিক বৰ্জনৰ আহ্বান কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিত পেগুৰ

গুৱাহাটী,15 জুনঃ বৰ্তমান সময়ত আমাৰ চৌপাশ স্বাস্থ্যকৰ হৈ থকা নাই । বিভিন্ন ধৰণে আমাৰ পৰিৱেশ প্ৰদূষিত হৈ আহিছে । পৰিৱেশ প্ৰদূষণৰ এক অন্যতম কাৰণ হৈছে প্লাষ্টিক বেগ ব্যৱহাৰ । গতিকে সুস্থ পৰিৱেশ গঢ়ি তুলিবলৈ আমি প্লাষ্টিক বেগ বৰ্জন কৰিব লাগিব, এই আহ্বান কামৰূপ মহানগৰ উপায়ুক্ত বিশ্বজিত পেগুৰ । শনিবাৰে পেগুৱে কয় যে একাংশ অসাধু ব্যৱসায়ীয়ে চল্লিশ মাইক্ৰনৰ ওপৰত প্লাষ্টিক বেগ বিক্ৰী কৰাটো নিষিদ্ধ । কিন্তু এই অসাধু ব্যৱসায়ী সকলে প্লাষ্টিক বিক্ৰী কৰি পৰিৱেশ বিনষ্ট কৰি আহিছে । এইক্ষেত্ৰত জিলা প্ৰশাসনে অসাধু ব্যৱসায়ী সকলৰ ক্ষেত্ৰত পৰীক্ষা কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা হাতত নাই । প্লাষ্টিক বৰ্জনৰ বাবে জি এম চি কৰ্তৃপক্ষই অভিযান চলায় আছে যদিও সাধাৰণ লোকেও এইক্ষেত্ৰত সতৰ্ক হোৱাটো আৱশ্যক বুলি উল্লেখ কৰে । কৃত্ৰিম বানো ইয়াৰ এক কাৰণ । কিয়নো নলা নৰ্দমা সমূহত প্লাষ্টিক বেগ সমূহ পেলোৱাৰ ফলত পানী জমা হয় । লগতে, অনাগত দিনত প্লাষ্টিক বেগ বর্জনৰ বাবে কঠোৰ হ’ব জিলা প্ৰশাসন ।

মহানগৰৰ উপায়ুক্ত বিশ্বজিত পেগু

Intro:কামৰূপ মহানগৰ উপায়ুক্ত বিশ্বজিত পেগুৰ আহ্বান প্ৰতিজন লোকে প্লাষ্টিক বৰ্জন কৰক।

Body:বৰ্তমান সময়ত আমাৰ চৌপাশ সুস্বাস্থ্যকৰ হৈ থকা নাই। বিভিন্ন ধৰণে আমাৰ পৰিবেশ প্ৰদূষিত হৈ আহিছে। প্লাষ্টিক বেগো হৈছে ইয়াৰে এক অন্যতম কাৰণ। গতিকে সুস্থ পৰিবেশ গঢ়ি তুলিবলৈ আমি প্লাষ্টিক বেগ বৰ্জন কৰিব লাগিব, এই আহ্বান কামৰূপ মহানগৰ উপায়ুক্ত বিশ্বজিত পেগুৰ। শনিবাৰে পেগুৱে কয় যে একাংশ অসাধু ব্যৱসায়ীয়ে চল্লিশ মাইক্ৰনৰ ওপৰত প্লাষ্টিক বেগ বিক্ৰী কৰাটো নিষিদ্ধ। কিন্তু এই অসাধু ব্যৱসায়ী সকলে প্লাষ্টিক বিক্ৰী কৰি পৰিবেশ বিনষ্ট কৰি আহিছে। এইক্ষেত্ৰত জিলা প্ৰশাসনে অসাধু ব্যৱসায়ী সকলৰ ক্ষেত্ৰত পৰীক্ষা কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা হাতত নাই। প্লাষ্টিক বৰ্জনৰ বাবে জি এম চি কৰ্তৃপক্ষই অভিযান চলায় আছে যদিও সাধাৰণ লোকেও এইক্ষেত্ৰত সতৰ্ক হোৱাটো আৱশ্যক বুলি তেওঁ কয়। কৃত্ৰিম বানো ইয়াৰ এক কাৰণ। কিয়নো নলা নাৰ্দমা সমূহত প্লাষ্টিক বেগ সমূহ পেলোৱাৰ ফলত পানী জমা হয়। অনাগত দিনত প্লাষ্টিক বেগ বর্জনৰ বাবে কঠোৰ হব জিলা প্ৰশাসন।

প্লাষ্টিকৰ কিছু ভিজুৱেল FTP আছে।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.