ETV Bharat / state

উত্তৰ-পূৰ্বাঞ্চলত সক্ৰিয় চাইবাৰ অপৰাধীঃ এটিএমত সংযোগ কৰিলে অত্যাধুনিক হেকিং সামগ্ৰী - লাষ্টগেট

ৰাজ্যত ক্ৰমাৎ সক্ৰিয় হৈ পৰিছে চাইবাৰ অপৰাধী ৷ অসমত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ এটিএমত প্ৰৱঞ্চকে সংযোগ কৰিলে অত্যাধুনিক হেকিং যন্ত্ৰ

উত্তৰ-পূৰ্বাঞ্চলত সক্ৰিয় চাইবাৰ অপৰাধীঃ এটিএমত সংযোগ কৰিলে অত্যাধুনিক হেকিং সামগ্ৰী
author img

By

Published : Aug 23, 2019, 11:48 PM IST

গুৱাহাটী, 23 আগষ্টঃ অসমত প্ৰথমবাৰৰ বাবে চাইবাৰ অপৰাধীয়ে এটিএমত সংযোগ কৰিলে অত্যাধুনিক হেকিং যন্ত্ৰ ৷ মহানগৰীৰ লাষ্টগেটৰ হোটেল হেৰীটেজৰ এছবিআই ৰ এটিমত সংযোগ কৰিলে কাৰ্ড হেক কৰিব পৰা মেচিন, কেমেৰা, কাৰ্ড ৰিডাৰ আৰু তথ্য সংগ্ৰহ কৰিব পৰা মেচিন । এজন সচতন লোকে ধন উলিওবাৰ সময়ত পোহৰলৈ আহে সমগ্ৰ ঘটনা । ইতিমধ্যে হাতীগাওঁ আৰক্ষীয়ে উপস্থিত হয় তদন্ত আৰম্ভ কৰিছে । বেংক কৰ্তপক্ষইও সংগ্ৰহ কৰিছে চিচি কেমেৰাৰ ভিজুৱেল । এটিএম টোত সংযোগ হৈ থকা চিচিটিভি কেমেৰাৰ দৃশ্যইহে সমগ্ৰ ঘটনা আহিব পোহৰলৈ । বেংক কৰ্তৃপক্ষই এনেধৰণৰ ঘটনা প্ৰথম বাৰৰ বাবে মহানগৰীত সংঘটিত হৈছে বুলি উল্লেখ কৰে ।

Intro:অসমত প্ৰথমবাৰৰ বাবে চাইবাৰ অপৰাধীয়ে সংযোগ কৰিলে অত্যাধুনিক হেক কৰা সামগ্ৰী

Body:মহানগৰীৰ লাষ্টগেটতৰ হোটেল হেৰীটেজৰ SBI ৰ এটিমত সংযোগ কৰিলে কাৰ্ড হেক কৰিব পৰা মেচিন, কেমেৰা, কাৰ্ড ৰিডাৰ আৰু তথ্য সংগ্ৰহ কৰিব পৰা মেচিন । এজন সচতন লোকে ধন উলিওবাৰ সময়ত পোহৰলৈ আহে সমগ্ৰ ঘটনা ।ততাতৈয়াকৈ খবৰ দিয়া হয় আৰক্ষী আৰু বেংক বিষয়াৰ লোকক । ইতিমধ্যে হাতীগাও আৰক্ষীয়ে উপস্থিত হয় তদন্ত আৰম্ভ কৰিছে । বেংক কৰ্তপক্ষই ও সংগ্ৰহ কৰিছে চিচি কেমেৰাৰ ভিজুৱেল । ATM টোত সংযোগ হৈ থকা চিচি টিভি কেমেৰাৰ ভিছোঁৱেলতহে সমগ্ৰ ঘটনা আহিব পোহৰলৈ । ATM কৰ্তৃপক্ষৰ স্পষ্ট কথা প্ৰথম বাৰৰ বাবে মহানগৰীত সংঘটিত হৈছে এনে ঘটনা । পূৰ্বে ভাৰত বৰ্ষৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছিল এনে ঘটনা। সম্প্ৰতি কোন লোকক সোমাব দিয়া নাই ATM টোত ।

Byte

Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.