ETV Bharat / state

ভক্তৰ সমাগমেৰে উথপথপ নাৰেংগী পূজা থলী - নাৰেংগী আঞ্চলিক পূজা সমিতি

সকলোৱে মাস্ক পৰিধান কৰি তথা চেনিটাইজাৰ ব্যৱহাৰ কৰি প্ৰৱেশ কৰিছে পূজা মণ্ডপত ৷ নাৰেংগী আঞ্চলিক পূজা সমিতিয়েও ভক্তক কোনোধৰণৰ ভিৰ নকৰাকৈ দেৱী দৰ্শণ কৰিবলৈ ব্যৱস্থা কৰি দিছে ৷

Crowd at Narengi durga puja mandap in the day of Mahanavami
ভক্তৰ সমাগমেৰে উথপঠপ নাৰেংগী পূজা থলী
author img

By

Published : Oct 25, 2020, 10:42 PM IST

গুৱাহাটী, 25 অক্টোবৰ: মহানৱমীৰ দিনটোত নাৰেংগী অঞ্চলত দেখা গল অগনণ ভক্তৰ ভিৰ ৷ সম্পূৰ্ণ ক'ভিড প্ৰটকল মানি দেৱী দুৰ্গাৰ আশীষ লবলৈ ওলাই আহিল ভক্ত সকল ৷ সকলোৱে মাস্ক পৰিধান কৰি তথা চেনিটাইজাৰ ব্যৱহাৰ কৰি প্ৰৱেশ কৰিছে পূজা মণ্ডপত ৷ নাৰেংগী আঞ্চলিক পূজা সমিতিয়েও ভক্তক কোনোধৰণৰ ভিৰ নকৰাকৈ দেৱী দৰ্শন কৰিবলৈ ব্যৱস্থা কৰি দিছে ৷

ভক্তৰ সমাগমেৰে উথপঠপ নাৰেংগী পূজা থলী

উল্লেখ্য যে, সপ্তমী আৰু অষ্টমীৰ দিনটোত বতৰেও বিধি পথালি দিয়াৰ বাবে ভক্তৰ বিশেষ ভিৰ পৰিলক্ষিত হোৱা নাছিল ৷ কিন্তু নৱমীৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখা গল ভক্তৰ ব্যাপক ভিৰ ৷ বহু ঠাইত ক'ভিড প্ৰটকল ভংগ কৰি আৰক্ষীৰ ৰোষত পৰিল বহু ভক্ত ৷

লগতে পঢ়কঃ পাণ্ডুত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক’ভিড প্ৰটক’ল ভংগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.