ETV Bharat / state

COVID-19: অসমৰ শেহতীয়া তথ্য

author img

By

Published : Jun 23, 2020, 6:37 AM IST

বৰ্তমানলৈ অসমত মুঠ আক্ৰান্তৰ সংখ্যা 5853 ৷ তাৰে ভিতৰত আৰোগ্য হৈ উঠিছে 3565 জন ৷ মৃত্যু হৈছে 9 গৰাকী লোকৰ ৷ আনহাতে সক্ৰিয় কেচ আছে 2267 টা আৰু বাহিৰত আছে 3 টা ৷

COVID-19: অসমৰ শেহতীয়া তথ্য
COVID-19: অসমৰ শেহতীয়া তথ্য

নিউজ ডেস্ক, 21 জুনঃ #unlock-1 ৰ সময়তেই অসমত দ্ৰুতভাৱে বৃদ্ধি পাবলৈ লৈছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৷ সোমবাৰে 267 গৰাকী লোকৰ দেহত ধৰা পৰে এই সংক্ৰমণ ৷ টুইট যোগে অসমৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে এই কথা ৷

বৰ্তমানলৈ অসমত মুঠ আক্ৰান্তৰ সংখ্যা 5853 ৷ তাৰে ভিতৰত আৰোগ্য হৈ উঠিছে 3565 জন ৷ মৃত্যু হৈছে 9 গৰাকী লোকৰ ৷ আনহাতে সক্ৰিয় কেচ আছে 2267 টা আৰু বাহিৰত আছে 3 টা ৷ উল্লেখ্য যে, গুৱাহাটীত বৃদ্ধি পোৱা সংক্ৰমণৰ প্ৰতি লক্ষ ৰাখি মঙলবাৰৰ পৰা 7 টা ৱাৰ্ডত লক ডাউন জাৰি কৰাৰ সিন্ধান্ত লৈছে ৰাজ্য চৰকাৰে ৷

লগতে পঢ়কঃ গণসংক্ৰমণঃ মঙলবাৰৰ পৰা গুৱাহাটীৰ ৭ টা ৱাৰ্ডত লকডাউন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.