ETV Bharat / state

ৰাজ্যত COVID-19 আক্ৰান্তৰ সংখ্যা 59 লৈ বৃদ্ধি - ৰাজ্যত COVID-19 আক্ৰান্তৰ সংখ্যা 59 লৈ বৃদ্ধি

ৰাজ্যত COVID-19 আক্ৰান্তৰ সংখ্যা 59 লৈ বৃদ্ধি ৷ যোৱা 24 ঘন্টাত আক্ৰান্ত হৈছে 6 জনকৈ লোক ৷

যোৱা 24 ঘন্টাত আক্ৰান্ত হৈছে 6 জনকৈ লোক
ৰাজ্যত COVID-19 আক্ৰান্তৰ সংখ্যা 59 লৈ বৃদ্ধি
author img

By

Published : May 9, 2020, 8:08 AM IST

নিউজ ডেস্ক, 9 মে' : ৰাজ্যত COVID-19 আক্ৰান্তৰ সংখ্যা 59 লৈ বৃদ্ধি ৷ যোৱা 24 ঘন্টাত আক্ৰান্ত হৈছে 6 জনকৈ লোক ৷

কামৰূপস্থিত আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী আক্ৰান্ত হোৱাৰ তথ্য প্ৰদান কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

  • Alert ~ One student of Regional Dental College, Kamrup Metro has tested #COVID19 positive.

    ↗️Total #COVID19 patients in Assam 59
    ↗️Active cases 24
    ↗️Discharged 34

    Update at 11.55 pm / May 8#AssamCovidCount

    — Himanta Biswa Sarma (@himantabiswa) May 8, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, ইয়াৰ পূৰ্বে ৰাজ্যস্থানৰ পৰা আহি ৰাজ্যত উপস্থিত হোৱা পাঁচ গৰাকীকৈ লোক COVID-19 ত আক্ৰান্ত হৈছে ৷ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা প্ৰকাশ কৰে ৷

  • Alert ~ There are 2 more #COVID19 + patients who travelled in the bus which ferried people from Rajasthan. They're from Cachar district.

    ↗️Total #COVID19 patients in Assam 58
    ↗️Active cases 23

    Update at 9.30 pm / May 8#AssamCovidCount

  • Alert ~ 3 more persons, who travelled in the bus from Rajasthan in which the Cachar dist #COVID19 + person travelled, have tested positive.

    ↗️Total #COVID19 patients in Assam 56
    ↗️Active cases 21
    ↗️Discharged 34
    ↗️Death 1

    Update at 3.45 pm / May 8#AssamCovidCount

উল্লেখ্য় যে, বৰ্তমান ৰাজ্যত আক্ৰান্তৰ সংখ্যা 59 জন ৷ ইয়াৰে 34 জন আৰোগ্য হৈ উঠিছে বুলি প্ৰকাশ ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.