ETV Bharat / state

COVID-19 : দেশত নতুনকৈ আক্ৰান্ত হ’ল কিমান ?

author img

By

Published : Sep 15, 2021, 1:29 PM IST

ভাৰতত অব্যাহত আছে কৰ’ণাৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণ ৷ ভাৰতৰ বৰ্তমানলৈ 3,25,22,171 গৰাকী ক’ৰণাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ৪,৪৩,৪৯৭ গৰাকীৰ ।

COVID-19: India logs 27K fresh cases; 284 deaths
COVID-19 : দেশত নতুনকৈ আক্ৰান্ত হ’ল কিমান ?

নিউজ ডেস্ক, 15 ছেপ্টেম্বৰ : দেশত অব্যাহত আছে ক’ৰণাৰ সংক্ৰমণ ৷ মঙলবাৰে পুনৰ দেশত ২৭,১৭৬ গৰাকী নতুনকৈ ক’ভিড 19 ত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হয় ২৮৪ গৰাকী ৷ ইয়াৰ লগতে ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা 3,25,22,171 গৰাকীলৈ আৰু মৃতকৰ সংখ্যা ৪,৪৩,৪৯৭ গৰাকীলৈ বৃদ্ধি পাইছে ।

আনহাতে, বৰ্তমানেও সক্ৰিয় হৈ আছে ৩,৫১,০৮৭ টা ঘটনা । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে পুৱা প্ৰকাশ কৰে এই তথ্য ৷

  • " class="align-text-top noRightClick twitterSection" data="">

স্বাস্থ্য মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰা অনুসৰি, দেশত ১৪ ছেপ্টেম্বৰলৈকে ৫৪,৬০,৫৫,৭৯৬ গৰাকীৰ নমুনা পৰীক্ষণ কৰা হৈছে ৷ ইয়াৰে ১৬,১০,৮২৯ টা নমুনাৰ পৰীক্ষণ মঙলবাৰে কৰা হয় । আনহাতে দেশজুৰি টীকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে 74,25,94,875 গৰাকীক ভেকচিন প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক : কোনো লোককে ন্যায় প্ৰদান প্ৰণালীৰ পৰা বাদ দিয়া উচিত নহয় : ন্যায়াধীশ এ এ কুৰেশী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.