ETV Bharat / state

সৰ্বা , হিমন্তৰ প্ৰতিমূৰ্তিত শাৰী পিন্ধালে কটনিয়ানে - নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কটনিয়ানৰ

সৰ্বানন্দ সোণোৱালক নিমাতী কন্যা আখ্যা দিলে এসময়ত জাতীয় নায়ক উপাধি প্ৰদানকাৰী সদৌ অসম ছাত্ৰ সন্থাৰ কটন বিশ্ববিদ্যালয় গোটে ৷ লচিত দিৱসৰ দিনাই লাচিত বৰফুকনৰ প্ৰতিচ্ছবি লৈ বিধেয়ক গৃহীত কৰিবলৈ নিদিয়াৰ সংকল্প কটনিয়ানৰ ৷

সৰ্বানন্দ সোণোৱালক নিমাতী কন্যা আখ্যা দিলে কটনিয়ানে
author img

By

Published : Nov 25, 2019, 4:08 AM IST

Updated : Nov 25, 2019, 4:22 AM IST

গুৱাহাটী , 24 নৱেম্বৰঃ দেওবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কটনিয়ানে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৷ নৰেন্দ্ৰ মোডী, অমিত শ্বাহ , সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ জুমুঠি দাহ কৰি কটন বিশ্ববিদ্যালয়ৰ সমুখত জাতিধ্বংসী বিধেয়কখনৰ বাতিলৰ দাবী কৰিলে সচেতন কটনিয়ানে ৷ সৰ্বানন্দ সোণোৱালৰ প্ৰতিৰ্মূতিত শাৰী পিন্ধাই নিমাতী কন্যা আখ্যা দিলে এসময়ত সোণোৱালক জাতীয় নায়ক আখ্যা দিয়া সদৌ অসম ছাত্ৰ সন্থাৰ কটন বিশ্ববিদ্যালয়ৰ গোটে ৷ লাচিত দিৱসৰ দিনা হাতত লাচিত বৰফুকনৰ প্ৰতিচ্ছবি আৰু বিভিন্ন প্লেকাৰ্ড লৈ বিধেয়ক গৃহীত কৰিলে চৰকাৰ ভয়ানক বিপদৰ সন্মুখীন হ'ব লাগিব বুলি চৰকাৰক সকীয়াই দিয়ে কটনিয়ানসকলে ৷

সৰ্বানন্দ সোণোৱালক নিমাতী কন্যা আখ্যা দিলে কটনিয়ানে

লগতে পঢ়কঃ নুমলীগড় শোধনাগাৰত ভুৱা প্ৰমাণ পত্ৰৰে কৰ্মৰত হৈ আছে শ শ লোক

Intro:নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কটনিয়ানৰ উত্তাল প্ৰতিবাদ।
নৰেন্দ্ৰ মোডী, অমিত শ্বাহ , সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ জুমুঠি দাহেৰে প্ৰতিবাদ কটনিয়ানৰ।
শাৰী পিন্ধাই সৰ্বানন্দ সোনোৱালক নিমাতী কন্যা আখ্যা দিলে কটন বিশ্ববিদ্যালয় আছু গোটে।
Body:নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ অসম উত্তাল হৈ থকাৰ মাজতে আজি সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক শাৰী পিন্ধাই নিমাতী কন্যা আখ্যা দি কটনিয়ানে আজি সাব্যস্ত কৰিলে অভিনৱ প্ৰতিবাদ। কটন বিশ্ববিদ্যালয়ৰ সন্মুখত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ , মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ জুমুঠি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কটন বিশ্ববিদ্যালয় আছু গোটৰ সদস্য সকলে। হাতে হাতে বিভিন্ন প্লেকাৰ্ড তথা লাচিত বৰফুকনৰ প্ৰতিচ্ছবি লৈ লাচিত দিৱসৰ দিনাই প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক সকীয়াই দিয়ে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে।
byte-কটন ষ্টুডেন্টConclusion:এতিয়া লক্ষণীয় হব যি সময়ত সমগ্ৰ ৰাজ্যই কেবৰ বিৰোধিতা কৰি আছে সেই সময়ত সদনত কেব গৃহীত হব নে নহয়।
Last Updated : Nov 25, 2019, 4:22 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.