ETV Bharat / state

কটন বিশ্ববিদ্যালয়ৰ পৰা কৰ্তন নহয় বিচিএ পাঠ্যক্ৰম - কটন বিশ্ববিদ্যালয়

বৃহস্পতিবাৰে বিয়লি প্ৰকাশ পাব নামভৰ্তি প্ৰক্ৰিয়াৰ জাননী ৷

কটন বিশ্ববিদ্যালয়ৰ পৰা কৰ্তন নহয় বিচিএ পাঠ্যক্ৰম
author img

By

Published : May 30, 2019, 1:55 PM IST

গুৱাহাটী , 30 মে': কটন বিশ্ববিদ্যালয়ৰ পৰা কৰ্তন নহয় বিচিএ পাঠ্যক্ৰম ৷ বৃহস্পতিবাৰে বিয়লি প্ৰকাশ পাব নামভৰ্তি প্ৰক্ৰিয়াৰ জাননী ৷ কটন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এই ঘোষণা কৰে ৷ কৰ্তৃপক্ষৰ সৈতে ছাত্ৰ-ছাত্ৰী আলোচনাৰ অন্তত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

কটন বিশ্ববিদ্যালয়ৰ পৰা কৰ্তন নহয় বিচিএ পাঠ্যক্ৰম

বিশ্ববিদ্যালয়খনত বিচিএ পাঠ্যক্ৰম আসনৰ সংখ্যা পূৰ্বৰ সমানেই থাকিব বুলি শৈক্ষিক পঞ্জীয়ক সঞ্জয় কুমাৰ দত্তই সদৰি কৰে ৷ লগতে 2 জুন পৰ্যন্ত অনলাইন যোগে আৱেদনৰ সুবিধা থকাৰ কথাও অৱগত কৰে পঞ্জীয়কগৰাকীয়ে ৷ ইয়াৰোপৰিও তেওঁ স্নাতক শাখাৰ দুটা পাঠ্যক্ৰমত আসনৰ সংখ্যা বৃদ্ধি হোৱাৰ কথাও জানিবলৈ দিয়ে ৷ উল্লেখ্য যে পূৰ্বে প্ৰকাশিত জাননীত বিচিএ পাঠ্যক্ৰমটো কৰ্তন কৰা হৈছিল যদিও ইয়াৰ পাচতে ছাত্ৰ ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ছাত্ৰ ছাত্ৰীৰ দাবীৰ প্ৰতি সহাঁৰি জনাই কৰ্তৃপক্ষই পাঠ্যক্ৰম বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

Intro:কটন বিশ্ববিদ্যালয়ৰ পৰা কৰ্তন নহয় BCA বিভাগ । এই ঘোষণা কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ । বৃহস্পতিবাৰে বিয়লি প্ৰকাশ পাব নামভৰ্তি প্ৰক্ৰিয়াৰ জাননী । কৰ্তৃপক্ষৰ সৈতে ছাত্র ছাত্ৰী আলোচনাৰ অন্ততঃ এই সিদ্ধান্ত নহয় ।লগতে বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক সঞ্জয় কুমাৰ দত্তই কয় যে পূৰ্বৰ সমানেই থাকিব BCA বিভাগৰ আসনৰ সংখ্য ও । ‌ উল্লেখ্য যে পূৰ্বে প্ৰকাশিত জাননীত কৰ্তন কৰা হৈছিল বিভাগটো । ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰী সকলে প্ৰতিবাদ কৰি আহিছিল । এনে প্ৰতিবাদৰ পিছতে কৰ্তৃপক্ষই বাহাল ৰাখিলে বিভাগটো । পঞ্জীয়কে 2 জুন পৰ্যন্ত অনলাইন যোগে আৱেদনৰ সুবিধা থকাৰ কথাও অৱগত কৰে । ইয়াৰ উপৰিও স্নাতক শাখাৰ দুটা পাঠ্যক্ৰমত আসনৰ সংখ্যা বৃদ্ধি হোৱাৰ কথাও জানিবলৈ দিয়ে । ইতিহাস,Logic and philosophy বিষয়ত আসন বৃদ্ধি ।12 জুনৰ পৰা 14 জুনলৈ হব নামভৰ্তি প্ৰক্ৰিয়া বুলি জানিবলৈ দিয়ে ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.