ETV Bharat / state

কংগ্ৰেছে প্ৰকাশ কৰিলে তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা - ASSAM ELECTION

দলীয় নেতা-কৰ্মীৰ ক্ষোভ আৰু অসন্তুষ্টিৰ মাজতে কংগ্ৰেছে প্ৰকাশ কৰিলে তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থী তালিকা। মঙলবাৰে নিশা তৃতীয় পৰ্যায়ৰ ২১ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে কংগ্ৰেছে ।

কংগ্ৰেছে প্ৰকাশ কৰিলে তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা
কংগ্ৰেছে প্ৰকাশ কৰিলে তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা
author img

By

Published : Mar 17, 2021, 9:20 AM IST

গুৱাহাটী,১৭ মাৰ্চ: দলীয় নেতা-কৰ্মীৰ ক্ষোভ আৰু অসন্তুষ্টিৰ মাজতে কংগ্ৰেছে প্ৰকাশ কৰিলে তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থী তালিকা। মঙলবাৰে নিশা তৃতীয় পৰ্যায়ৰ ২১ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে কংগ্ৰেছে। তালিকা অনুসৰি,

দক্ষিণ শালমাৰা- ৱাজেদ আলী চৌধুৰীক

গোলকগঞ্জ- আব্দুছ ছোবাহান আলী সৰকাৰ

বঙাইগাঁও- শংকৰ প্ৰসাদ ৰায়

উত্তৰ অভয়াপুৰী- আব্দুল বাতিম খণ্ডকাৰ

দক্ষিণ অভয়াপুৰী(এছচি)- প্ৰদীপ সৰকাৰ

দুধনৈ(এছটি)- যাদৱ স্বৰ্গীয়াৰী

পূব গোৱালপাৰা- অব্দুল কালাম ৰশ্বিদ আলম

পশ্চিম গোৱালপাৰা- মহম্মদ আব্দুৰ ৰাশ্বিদ মণ্ডল

জলেশ্বৰ- অফতাব উদ্দিন মুল্লাহ

পাটাছাৰকুছি- শান্তনু শৰ্মা

বাঘবৰ- শ্বেৰমান আলী আহমেদ

সৰুক্ষেত্ৰী- জাকিৰ হুছেইন ছিকদাৰ

চেঙা- শুকুৰ আলী আহমেদ

বকো(এছচি)- নন্দিতা দাস

ছয়গাঁও- ৰেকিবুদ্দিন আহমেদ

পলাশবাৰী- যতীন মালী

জালুকবাৰী- ৰমেন চন্দ্ৰ বৰঠাকুৰ

দিশপুৰ- মনজিৎ মহন্ত

পূৱ গুৱাহাটী- অসীমা বৰদলৈ

বৰক্ষেত্ৰী- দিগন্ত বৰ্মন আৰু

ধৰ্মপুৰ- ৰাতুল পাটোৱাৰীক প্ৰাৰ্থীত্ব দিয়া হৈছে।

কংগ্ৰেছে প্ৰকাশ কৰিলে তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা
কংগ্ৰেছে প্ৰকাশ কৰিলে তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা

উল্লেখ্য যে, কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতে টিকট বঞ্চিত বহু নেতাৰ মাজত ক্ষোভ আৰু অসন্তুষ্টিয়ে দেখা দিছে। অৱশ্যে মহাজোঁট কৰাৰ পৰাই আসন বুজাবুজি আৰু প্ৰাৰ্থীত্ব প্ৰদানক লৈ কংগ্ৰেছ নেতৃত্বই দলীয় নেতা-কৰ্মীৰ ৰোষৰ সন্মূখীন হ'বলগীয়া হৈছে।

লগতে পঢ়ক: বৰমাত ইউপিপিএল দলৰ প্ৰাৰ্থী ভূপেন বড়োক উষ্ম আদৰণি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.