ETV Bharat / state

বিজেপি চৰকাৰে ন্যায়িক ব্যৱস্থাৰ অপমান কৰি কা বলৱৎ কৰিলেঃৰিপুণ বৰা

author img

By

Published : Jan 12, 2020, 7:25 PM IST

Updated : Jan 12, 2020, 7:50 PM IST

ৰাজীৱ ভৱনত দেওবাৰে এখন সংবাদমেল অনুষ্ঠিত হয় ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আয়োজন কৰা সংবাদমেলখনত উপস্থিত থাকে কংগ্ৰেছ নেতা ৰিপুণ বৰা আৰু ৰকিবুল হুছেইন ৷

গুৱাহাটীত
কংগ্ৰেছৰ সংবাদমেল

গুৱাহাটী,12 জানুৱাৰীঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত দেওবাৰে এখন সংবাদমেল অনুষ্ঠিত হয় ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আয়োজন কৰা সংবাদমেলখনত উপস্থিত থাকে কংগ্ৰেছ নেতা ৰিপুণ বৰা আৰু ৰকিবুল হুছেইন ৷ সংবাদমলত অংশগ্ৰহণ কৰি নেতা দুগৰাকীয়ে কেন্দ্ৰত বিজেপি চৰকাৰে ন্যায়িক ব্যৱস্থাৰ অপমান কৰি আইনখন বলৱৎ কৰিলে ৷ স্মৰ্তব্য যে,২২ জানুৱাৰীত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে শুনানিৰ দিন ধাৰ্য কৰা হৈছিল ।

গুৱাহাটীত
কংগ্ৰেছৰ সংবাদমেল

নাগৰিকত্ব সংশোধনী আইন বিৰোধী শক্তিক দমন কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিয়ে বিভিন্ন কৌশল আয়ত্ব কৰি কংগ্ৰেছক পোনপটীয়া আক্ৰমণৰ লক্ষ্য কৰিছে বুলি সংবাদমেলখনত উল্লেখ কৰে । কিন্তু কংগ্ৰেছ দলে কেতিয়াও ভয় নকৰে আৰু গান্ধীৰ আদর্শৰে ভৱিষ্যতে আগুৱাই যাব বুলি বৰাই কয় । ভয়-ভাবুকিৰে কংগ্ৰেছ কৰ্মীৰ আন্দোলন দমন কৰিবলৈ খোজা বিজেপিয়ে মূৰ্খৰ স্বৰ্গত বাস কৰিছে বুলি কয় ৰিপুণ বৰাই ।

কঠোৰ সমালোচনা হিমন্ত বিশ্বক

উক্ত সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে ৰকিবুল হুছেইনে ৷ লগতে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ গোপন মিত্ৰতাৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰে ৰকিবুল হুছেইনে ৷

লগতে চাওকঃশীঘ্ৰেই NDFB(S)ৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা প্ৰকাশ হাগ্ৰামা মহিলাৰীৰ

Intro:বিজেপি চৰকাৰে ন্যায়িক ব্যৱস্থাৰ অপমান কৰি 'কা'
বলবৎ কৰিলে : ৰিপুন বৰা

Body:অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত ৰিপুন বৰা আৰু ৰকিবুল হুছেইনৰ সংবাদমেল।
ৰাবিবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি কয় 'কেন্দ্ৰৰ বিজেপি চৰকাৰে ন্যায়িক ব্যৱস্থাৰ অপমান কৰি ২২ জানুৱাৰীৰ কা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানি লৈকে কেন্দ্ৰ চৰকাৰে অপেক্ষা ন কৰি আইন খন বলবৎ কৰিলে।কা বিৰোধী শক্তিক দমন কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিয়ে বিভিন্ন কৌশল আয়ত্ব কৰি কংনগ্ৰছক পোনপতিয়া আক্ৰমণৰ লক্ষ্য কৰিছে। কংগ্ৰেছ দল কেতিয়াও ভয় নকৰে গান্ধীৰ আদর্শে আমি আগুৱাই যাম। ভয় ভাবুকিৰে কংগ্ৰেছ কৰ্মীৰ আন্দোলন দমন কৰিবলৈ খুজিলে বিজিপিয়ে মূৰ্খৰ স্বৰ্গত বাস কৰিছে বুলি কয় ৰিপুন বৰাই।

Conclusion:উক্ত সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি ৰকিবুল হুছেইনই কয় যে তোমাৰ মূল কি ? তোমাৰ মূলটো ডকাইত । হাতে লোটা ধাৰা পৰিছিল। ডকাইত নহয় সন্ত্ৰাসবাদ ।

আনহাতে উক্ত সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাৰ আৰু বাদৰুদ্দিন আজমল লগত গোপন মিতিৰালি সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰে ৰকিবুল হুছেইনই।

Asrar Ansari
গুৱাহাটী
Last Updated : Jan 12, 2020, 7:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.