ETV Bharat / state

আইন সকলোৰে বাবে সমান বুলি বিশ্বাস নকৰে বিজ্পি চৰকাৰেঃদেৱব্ৰত শইকীয়া - debobrat saikia press meet

বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনাই সদন ত্যাগ কৰিলে বিৰোধীয়ে ৷ সংবাদ মাধ্যমৰ সমুখত কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷ বিৰোধীয়ে

CONGRESS press meet at assembly
সংবাদ মাধ্যমৰ সমুখত কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ
author img

By

Published : Mar 2, 2020, 6:10 PM IST

গুৱাহাটী , 2 মাৰ্চঃ বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনাই সদনত উত্তপ্ত পৰিস্থিতি ৷ সদন ত্যাগ কৰিলে বিৰোধীয়ে ৷

ৰাজ্যত চলি থকা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন তথা আন্দেলনকাৰী সকলৰ ওপৰত চৰকাৰে অসাংবিধানিকভাৱে অত্যাচাৰ চলেৱাৰ অভিযোগ উত্থাপন কৰি সদনত এই বিষয়ে আলোচনা কৰিব বিচাৰিছিল ৷ কিন্তু অধ্যক্ষই এই বিষয়ে আলোচনাৰ বাবে অনুমতি প্ৰদান নকৰাত ইয়াৰ বিৰোধিতা কৰি সদন ত্যাগ কৰে বিৰোধীয়ে ৷

সংবাদ মাধ্যমৰ সমুখত কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

সংবাদমাধ্যমক সম্বোধন কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে , এখন আইনৰ বিৰোধিতা কৰাটো কেতিয়াও দেশদ্ৰোহ হ‘ব নোৱাৰে আৰু উচ্চতম ন্যায়ালয়ৰ লগতে কেইবাখনো উচ্চ ন্যায়ালয়ে ইতিমধ্যে এই ৰায় প্ৰদান কৰিছে ৷ যিহেতু দিল্লীত প্ৰৰোচনামূলক মন্তব্য প্ৰদান কৰা সকলৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই , এইখন চৰকাৰে আইন সকলোৰে বাবে সমান বুলি বিশ্বাস নকৰে বুলিও চৰকাৰক কটাক্ষ কৰে দলপতি গৰাকীয়ে ৷

লগতে পঢ়কঃ কিয় বিধানসভাৰ পৰা নিলম্বন কৰা হ'ল বিধায়ক শ্বেৰমান আলী আহমেদক ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.