ETV Bharat / state

তিনি পাহাৰীয়া জিলাত কংগ্ৰেছক শক্তিশালী কৰিবলৈ আব্দুল খালেকক দায়িত্ব - অসম বিধানসভা নিৰ্বাচন

তিনিখন পাহাৰীয়া জিলা ক্ৰমে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই (Bhupen Kumar Bora) লোকসভাৰ সাংসদ আব্দুল খালেকৰ (Abdul Khaleq) অধ্যক্ষতাত নতুন এখন কমিটী গঠন কৰি দিছে ।

পাহাৰীয়া তিনিখন জিলাত কংগ্ৰেছক শক্তিশালী কৰিবলৈ আব্দুল খালেক দায়িত্ব
পাহাৰীয়া তিনিখন জিলাত কংগ্ৰেছক শক্তিশালী কৰিবলৈ আব্দুল খালেক দায়িত্বপাহাৰীয়া তিনিখন জিলাত কংগ্ৰেছক শক্তিশালী কৰিবলৈ আব্দুল খালেক দায়িত্বপাহাৰীয়া তিনিখন জিলাত কংগ্ৰেছক শক্তিশালী কৰিবলৈ আব্দুল খালেক দায়িত্বপাহাৰীয়া তিনিখন জিলাত কংগ্ৰেছক শক্তিশালী কৰিবলৈ আব্দুল খালেক দায়িত্বপাহাৰীয়া তিনিখন জিলাত কংগ্ৰেছক শক্তিশালী কৰিবলৈ আব্দুল খালেক দায়িত্বপাহাৰীয়া তিনিখন জিলাত কংগ্ৰেছক শক্তিশালী কৰিবলৈ আব্দুল খালেক দায়িত্বপাহাৰীয়া তিনিখন জিলাত কংগ্ৰেছক শক্তিশালী কৰিবলৈ আব্দুল খালেক দায়িত্বপাহাৰীয়া তিনিখন জিলাত কংগ্ৰেছক শক্তিশালী কৰিবলৈ আব্দুল খালেক দায়িত্ব
author img

By

Published : Aug 8, 2021, 9:45 PM IST

গুৱাহাটী, ৮ আগষ্ট : সাংসদ আব্দুল খালেকৰ নেতৃত্বত অসমৰ পাহাৰীয়া জিলা তিনিখনৰ বাবে প্ৰদেশ কংগ্ৰেছে নতুন কমিটী গঠন কৰি দিছে । এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা এক জাননী জাৰি কৰা হৈছে । তিনিখন পাহাৰীয়া জিলা ক্ৰমে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাওত কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন কুমাৰ বৰাই (Bhupen Kumar Bora) লোকসভাৰ সাংসদ আব্দুল খালেকৰ (Abdul Khaleq) অধ্যক্ষতাত নতুন কমিটীখন গঠন কৰি দিয়ে ।

পাহাৰীয়া জিলা কেইখনৰ বাবে গঠন কৰি দিয়া নতুন কমিটীখনত আব্দুল খালেক অধ্যক্ষ হিচাপে থকাৰ বিপৰীতে বিধায়ক শশী কান্ত দাস আৰু গোলাপ শইকীয়া সদস্য হিচাপে আছে । আনহাতে, যুৱ কংগ্ৰেছী নেতা মানস বৰাক কমিটীখনৰ আহ্বায়কৰ দায়িত্ব দিয়া হৈছে ।

পাহাৰীয়া তিনিখন জিলাত কংগ্ৰেছক শক্তিশালী কৰিবলৈ আব্দুল খালেক দায়িত্ব
পাহাৰীয়া তিনিখন জিলাত কংগ্ৰেছক শক্তিশালী কৰিবলৈ আব্দুল খালেক দায়িত্ব

লগতে পঢ়কঃ শাওণৰ পথাৰত চিৰাল ফাঁট : দৰঙত খৰাঙে জুৰুলা কৰিছে কৃষকক

উল্লেখযোগ্য যে, বিগত অসম বিধানসভা নিৰ্বাচনত (Assam Assembly Election 2021) অসমৰ পাহাৰীয়া জিলা কেইখনত কংগ্ৰেছে আশা কৰা ধৰণে ফলাফল দেখুওৱাত ব্যাৰ্থ হৈছিল । তাৰ প্ৰতি লক্ষ্য ৰাখি পাহাৰীয়া জিলা তিনিখনত কংগ্ৰেছৰ ভেঁটি সুদৃঢ় কৰাৰ বাবে সাংসদ আব্দুল খালেকৰ নেতৃত্বত কমিটী গঠন কৰি দিয়া হৈছে।

নতুন কমিটীখনৰ নেতৃত্বত অনাগত দিনত কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত কংগ্ৰেছৰ প্ৰদৰ্শন কেনে হয় সেয়া লক্ষ্যণীয় হ’ব । উল্লেখ্য যে, শনিবাৰে বিটিআৰ (BTR)ৰ গোঁসাইগাঁও (Gosaigaon Constituency) আৰু তামুলপুৰত (Tamulpur Constituency) অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনৰ (By Election) প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলে বড়োভূমিত নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে গঠন কৰি দিছে এখন বিশেষ সমিতি। ‌যিখন কমিটিৰ নেতৃত্বত আছে সাংসদ গৌৰৱ গগৈ।

লগতে পঢ়কঃ ক'ভিডত আক্ৰান্ত মন্ত্ৰী অতুল বৰাক জি এম চি এইচত ভৰ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.