ETV Bharat / state

চিৰিয়াখানা সুৰক্ষা মঞ্চৰ নেতাৰ বিৰুদ্ধে ভিত্তিহীন তথ্য দিয়াৰ অভিযোগ - surakhya mancnh

ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰি সংবাদমেল অনুষ্ঠিত কৰাৰো অভিযোগ ৷ অসম ৰাজ্যিক চিৰিয়াখানাক বদনাম কৰিবলৈ উঠি পৰি লাগিছে চিৰিয়াখানা সুৰক্ষা মঞ্চই

চিৰিয়াখানা সুৰক্ষা মঞ্চৰ নেতাৰ বিৰুদ্ধে ভিত্তিহীন তথ্য দিয়াৰ অভিযোগ
author img

By

Published : Jul 27, 2019, 5:37 PM IST

গুৱাহাটী, 27 জুলাই : চিৰিয়াখানা সুৰক্ষা মঞ্চৰ বিৰুদ্ধে ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰাৰ অভিযোগ ৷ এই অভিযোগ অসম ৰাজ্যিক চিৰিয়াখানাৰ ডি এফ অ' তেজাছ মৰিশ্বামীৰ ৷ ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰি সংবাদমেল অনুষ্ঠিত কৰাৰো অভিযোগ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ ৰাজকুমাৰ বৈশ্য আৰু দীপক পাঠকৰ বিৰুদ্ধে ৷ অসম ৰাজ্যিক চিৰিয়াখানাক বদনাম কৰিবলৈ চিৰিয়াখানা সুৰক্ষা মঞ্চই উঠি পৰি লাগিছে বুলিও উল্লেখ কৰে ডি এফ অ' গৰাকীয়ে । যোৱা দুবছৰত চিৰিয়াখানাত 900 জীৱ- জন্তুৰ মৃত্যু হৈছে বুলি সম্পূৰ্ণ ভিত্তিহীন তথ্য দিছে চিৰিয়াখানা সুৰক্ষা মঞ্চই ৷ মঞ্চই উল্লেখ কৰাৰ দৰে চিৰিয়াখানাত বৰ্তমান মাত্ৰ 400 টা জীৱ জন্তু নহয় 1150 টা জীৱ জন্তু আছে । এই মন্তব্য ডি এফ অ' গৰাকীৰ ৷ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ ৰাজকুমাৰ বৈশ্য আৰু দীপক পাঠকৰ বিৰুদ্ধে ন্যায়ালয়ত গোচৰ ৰুজু কৰিম বুলিও ডি এফ অ' গৰাকীয়ে উল্লেখ কৰে ।

Intro:চিৰিয়াখানা সুৰক্ষা মঞ্চই উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰি চিৰিয়াখানাক দুৰ্নাম কৰিবলৈ সংবাদমেল পাতিছে - ডি এফ অ'

Body:অসম ৰাজ্যিক চিৰিয়াখানা বদনাম কৰিবলৈ উঠি পৰি লাগিছে চিৰিয়াখানা সুৰক্ষা মঞ্চই। অসম ৰাজ্যিক চিৰিয়াখানাৰ ডি এফ অ' Tejas Mariswamy কয় যে চিৰিয়াখানা সুৰক্ষা মঞ্চয়ে অসম ৰাজ্যিক চিৰিয়াখানাকলৈ সংবাদ মাধ্যমত ভুৱা তথ্য দিছে। চিৰিয়াখানা সুৰক্ষা মঞ্চয়ে কৈছে যে যোৱা দুবছৰত চিৰিয়াখানা ৯০০ জীৱ- জন্তুৰ মৃত্যু হৈছে আৰু বর্তমান
চিৰিয়াখানাত মাত্ৰ ৪০০ জীৱ জন্তু আছে এই তথ্য সম্পূৰ্ণ ভিত্তিহীন। চিৰিয়াখানাত বৰ্তমান প্ৰায় ১১৫০ জীৱ জন্তু আছে। চিৰিয়াখানা সুৰক্ষা মঞ্চয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰি সংবাদমেল অনুষ্ঠিত কৰি চিৰিয়াখানাক দুৰ্নাম কৰাৰ চেষ্টা কৰিছে তাক লৈ আমি পুনৰ ন্যায়ালয়ৰ কাষ চাপি চিৰিয়াখানা সুৰক্ষা মঞ্চৰ ৰাজকুমাৰ বৈশ্য আৰু দীপক পাঠকৰ বিৰুদ্ধে ন্যায়ালয়ত গোচৰ ৰুজু কৰিম ।

Byte DFO

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.