ETV Bharat / state

উৎকোচ লৈ দোষীক মুক্তি কৰিলে দিচপুৰ আৰক্ষীয়ে! - sub_inspector

টকাৰ বিনিময়ত অভিযুক্তক এৰি দিয়াৰ অভিযোগ দিছপুৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শকৰ বিৰুদ্ধে

দিছপুৰ আৰক্ষীৰ ওপৰত গুৰুতৰ অভিযোগ
author img

By

Published : Jun 2, 2019, 2:14 PM IST

গুৱাহাটী, 2 জুনঃ দিছপুৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক গহীন পেগুৰ ওপৰত উঠিছে গুৰুতৰ অভিযোগ । চনমালা নামৰ এগৰাকী এজাহাৰকাৰীয়ে উত্থাপন কৰিছে এক বিস্ফোৰক অভিযোগ । অভিযোগ অনুসৰি দিছপুৰ থানাৰ গোচৰ নং 1517/2019 U/c 420/406/294 ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত 30 মে'ত ৰাজু অধিকাৰী নামৰ এজন লোকক আটক কৰা হৈছিল। তাৰ পাছৰ পৰাই চনমালা নামৰ ভুক্তভোগী মহিলা গৰাকীক এই গোচৰ সমস্যা সমাধানৰ বাবে দিছপুৰ আৰক্ষী থানাৰ উপপৰিদৰ্শক গহীন পেগুৱে ধন দাবী কৰে ।

ETV_BHARAT_ASSAM
আৰক্ষীৰ ওপৰত গুৰুতৰ অভিযোগ

উক্ত ধন দিব নোৱাৰাৰ বাবে গহীন পেগুৱে অভিযুক্তৰ পৰা ধন লৈ অভিযুক্তক থানাৰ পৰা ওভতাই পঠাই বুলি সংবাদ মাধ্যমৰ আগত এই অভিযোগ তৰে মহিলাগৰাকীয়ে ।

আৰক্ষীৰ ওপৰত গুৰুতৰ অভিযোগ

ঘটনা অনুসৰি ৰাজু অধিকাৰীয়ে 10 মাৰ্চত চনমালা বেগমৰ AS01 DD 6210 নম্বৰৰ টাটা মেজিক মাহে 27 হাজাৰ টকাত ভাড়া লৈছিল । তাৰ পাছৰ পৰাই ৰাজু অধিকাৰীৰ পৰা ভাড়া খুজিলে ৰাজু অধিকাৰীয়ে মহিলা গৰাকীক ভাবুকি দিয়ে । এই সমগ্ৰ ঘটনাৰ বিষয়ে দিছপুৰ আৰক্ষীক অৱগত কৰিও কোনো ন্যায় নাপালে চনমালাই । যাৰ বাবে চনমালা বেগম আৰু স্বামী চামচুল আলিয়ে কাষ চাপিছিল আৰক্ষী বিষয়াগৰাকীৰ । এতিয়া শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে এই অভিযোগৰ কেনেধৰণে প্ৰত্যুত্তৰ দিয়ে সেইয়া সময়তহে লক্ষণীয় হ'ব ।

Intro:দিছ্পুৰ উপ আৰক্ষীৰ ওপৰত ধন লৈ অভিযুক্তক এৰি দিয়াৰ অভিযোগ

Body:দিছ্পুৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক গহীন পেগুৰ ওপৰত অভিযোগ চনমালা নামৰ এগৰাকী এজাহাৰকাৰীৰ বিস্ফোৰক অভিযোগ। দিছ্পুৰ থানাৰ গোচৰ নং 1517/2019 U/c 420/406/294 ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত 30 মে'ত ৰাজু অধিকাৰী নামৰ লোকজনক আটক কৰা হৈছিল। তাৰ পাছৰ পৰাই ভুক্ত ভুগি মহিলা গৰাকীক এই গোচৰ সমস্যা সমাধানৰ বাবে দিছ্পুৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক গহীন পেগুৱে ধন দাবী কৰে। উক্ত ধন দিব নোৱাৰাৰ বাবে গহীন পেগুৱে অভিযুক্তৰ পৰা ধন লৈ অভিযুক্তক বাছত উঠাই পঠাই দিয়ে। সংবাদ মাধ্যমৰ আগত এই অভিযোগ মহিলাগৰাকীৰ।।

Conclusion:ঘটনা অনুসৰি ৰাজু অধিকাৰীয়ে 10 মাৰ্চত চনমালা বেগমৰ AS01 DD 6210 নম্বৰৰ টাটা মেজিক মাহে 27 হাজাৰ টকাত ভাড়া লৈছিল। তাৰ পাছৰ পৰাই ৰাজু অধিকাৰীৰ পৰা ভাড়া খুজিলে ৰাজু অধিকাৰীয়ে মহিলা গৰাকীক ভাবুকি দিয়ে। এই সমগ্ৰ ঘটনাৰ বিষয়ে দিছ্পুৰ আৰক্ষীক অৱগত কৰিও কোনো ন্যায় নাপালে চনমালাই। যাৰ বাবে চনমালা বেগম আৰু স্বামী চামচুল আলিয়ে কাষ চাপিছিল শীৰ্ষ আৰক্ষী বিষয়াগৰাকীৰ। আৰক্ষীৰ উপৰত উঠা এই অভিযোগ শীৰ্ষ আৰক্ষী বিষয়াই কেনেধৰণৰ পদক্ষেপ লয় সেয়েহে হব লক্ষণীয়।
Byte

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.