ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ শুভেচ্ছা জ্ঞাপন মুখ‍্যমন্ত্ৰী সোণোৱালৰ - ৰাষ্ট্ৰসংঘই ২১ মে'ৰ দিনটোত পালন কৰি আন্তৰাষ্ট্ৰীয় চাহ দিৱস

আজি 'আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস' ৷ আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষ্যে চাহ শ্ৰমিকসহ সকলোকে চাহ দিৱসৰ শুভেচ্ছা জ্ঞাপন মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ শুভেচ্ছা জ্ঞাপন মুখ‍্যমন্ত্ৰী সোণোৱালৰ

author img

By

Published : May 21, 2020, 10:47 AM IST

গুৱাহাটী, 21 মে’: প্ৰতিবছৰে ৰাষ্ট্ৰসংঘই ২১ মে'ৰ দিনটো 'আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস' হিচাপে পালন কৰি আহিছে । ইয়াৰ সৈতে সংগতি ৰাখি মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে ৰাতিপুৱা চাহ উদ্যোগৰ লগতে সকলো লোককে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ।

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ শুভেচ্ছা জ্ঞাপন মুখ‍্যমন্ত্ৰী সোণোৱালৰ

উল্লেখ্য যে, অসমে দেশৰ মুঠ চাহ উৎপাদনৰ ৫২ শতাংশ চাহ উৎপাদন কৰে । লগতে অসমৰ চাহ উদ‍্যোগ ২০০ বছৰ ধৰি চলি আহিছে । এই সন্দৰ্ভত মুখ‍্যমন্ত্ৰী গৰাকীয়ে কয় যে, অসমৰ চাহ উদ‍্যোগে বিশ্বৰ সৈতে অসমক পৰিচয় কৰাবলৈ সক্ষম হোৱাৰ লগতে বিশ্বৰ বজাৰত সুখ‍্যাতিৰে স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: অসমত নতুনকৈ মুকলি হ‘ব ৬ খনকৈ টোলগেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.