ETV Bharat / state

আৱাসগৃহ নিৰ্মাণৰ কেন্দ্ৰীয় আধাৰশিলা স্থাপন অনুষ্ঠান মুকলি মুখ্যমন্ত্ৰীৰ

author img

By

Published : Aug 6, 2019, 8:45 PM IST

সৰুসজাইত কেন্দ্ৰীয়ভাৱে "প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)"ৰ অধীনত 1 লাখতকৈ অধিক আৱাসগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন অনুষ্ঠান মুকলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আৱাসগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন অনুষ্ঠান মুকলি মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 6 আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ আঁচনি "প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)"ৰ অধীনত শীঘ্ৰেই গৃহহীন এক লাখ পৰিয়ালে লাভ কৰিব আৱাসগৃহ ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগে 2019-20 বিত্তীয় বৰ্ষত 2 লাখ আৱাসগৃহ নিৰ্মাণৰ লক্ষ্য হাতত লৈ 1,22,304 টা আৱাসগৃহৰ মঞ্জুৰী লাভ কৰিছে ৷ মঙলবাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পত বিভাগীয় মন্ত্ৰী নৱ কুমাৰ দলে,মন্ত্ৰী পীয়ুষ হাজৰিকা,মন্ত্ৰী ভৱেশ কলিতাকে ধৰি বহু কেইজন বিধায়কৰ উপস্থিতিত 1 লাখতকৈ অধিক আৱাসগৃহ নিৰ্মাণৰ কেন্দ্ৰীয়ভাৱে আধাৰশিলা স্থাপন অনুষ্ঠান মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই অনুষ্ঠানতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত এক হাজাৰ আত্মসহায়ক গোটক ঋণ প্ৰদানৰ লগতে পণ্ডিত দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ অধীনত বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষিত যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰে ৷

Intro:শীঘ্ৰেই ১লাখ লোকে পাব আৱাসগৃহ: সৰুসজাইত PMAY-Gৰ আধাৰশিলা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ অন্যতম ধ্বজাবাহী আঁচনি "প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)"ৰ অধীনত শীঘ্ৰেই গৃহহীন ১লাখ পৰিয়ালে লাভ কৰিব আৱাসগৃহ ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগে ২০১৯-২০ বিত্তীয় বৰ্ষত ২লাখ আৱাসগৃহ নিৰ্মাণৰ লক্ষ্য হাতত লৈ ১লাখ ২২হাজাৰ ৩০৪টা আৱাসগৃহৰ মঞ্জুৰী লাভ কৰিছে ৷ ইয়াৰ পূৰ্বে ২০১৬-১৭ বিত্তীয় বৰ্ষত ১লাখ ৫৯হাজাৰ ৮৫৭টা, ২০১৭-১৮ত ২৪হাজাৰ ৫০টা আৱাসগৃহ নিৰ্মাণ সম্পূৰ্ণ কৰিছে বিভাগটোৱে ৷ মঙলবাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পত বিভাগীয় মন্ত্ৰী নৱ কুমাৰ দলে, মন্ত্ৰী পিয়ুষ হাজৰিকা, মন্ত্ৰী ভৱেশ কলিতাকে ধৰি বহু কেইজন বিধায়কৰ উপস্থিতিত ১লাখতকৈ অধিক আৱাসগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই অনুষ্ঠানতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ১হাজাৰ আত্মসহায়ক গোটক ঋণ প্ৰদানৰ লগতে পণ্ডিত দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ অধীনত বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষিত যুৱক-যুৱতীক প্ৰদান কৰিলে নিযুক্তিপত্ৰ ৷

Body:• প্ৰধানমন্ত্ৰী আবাস যোজনা(গ্ৰামীণ)ৰ অধীনত সমগ্ৰ অসমতে 1লাখতকৈও অধিক বাসগৃহৰ আধাৰশিলা স্থাপন অনুষ্ঠান।সৰুসজাইত অনুষ্ঠিত এই অনুষ্ঠান।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,পিযুঁয হাজৰিকা,নৱ কুমাৰ দলে,ৰঞ্জিত কুমাৰ দাস,হৃষীকেশ গোস্বামী,ৰমন্দ্ৰ নাৰায়ণ কলিতা,বিনন্দ শইকীয়া আদি বিভিন্ন ৰাজনৈতিক নেতা উপস্থিত থাকে।
• প্ৰধানমন্ত্ৰী আবাস যোজনা(গ্ৰামীণ)ৰ অধীনত সমগ্ৰ অসমতে 1লাখতকৈও অধিক বাসগৃহৰ আধাৰশিলা স্থাপন অনুষ্ঠান।

• সৰুসজাইত অনুষ্ঠিত এই অনুষ্ঠান।

• মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,পিযুঁয হাজৰিকা,নৱ কুমাৰ দলে,ৰঞ্জিত কুমাৰ দাস,হৃষীকেশ গোস্বামী,ৰমন্দ্ৰ নাৰায়ণ কলিতা,বিনন্দ শইকীয়া আদি বিভিন্ন ৰাজনৈতিক নেতা উপস্থিত থাকে।

• বিভিন্ন বাৰেৰহনীয়া নৃত্য-গীতেৰে অনুষ্ঠানৰ আৰম্ভণি হয়।

• 300 নিবনুৱা লৰা-ছোৱালীক দিন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ অধীনত নিযুক্তি পত্ৰ প্ৰদান কৰা হব।Conclusion:• 1000 ৰ অধিক আত্ম সহায়ক গোটক বেংকৰ ঋণ দিব।

• 2019-20বৰ্ষত মুঠ 2 লাখ আবাস গৃহ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰে অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে

• 1,94,338 তা ঘৰ পঞ্জীয়ন হয় তাৰে 1,22,304তা ঘৰে মঞ্জুৰী লাভ কৰে

• মঙ্গল বাৰে সৰুসঁজাইত আধাৰশিলা স্থাপনৰ অনুষ্ঠান কেন্দ্ৰীয়ভাবে অনুষ্ঠিত হয়।

• ৰাজ্যৰ প্ৰতিখন গাওঁ পঞ্চায়ততএকে সময়তে অনুষ্ঠিত এই আধাৰশিলা স্থাপন অনুষ্ঠান।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.